Your Voice, Our Strength

কভিড পৰিস্থিতিত মোকাবিলা কৰিবলৈ চৰকাৰক সহায়ৰ হাত গৰিমা শইকীয়া গাৰ্গৰ

দেশত  কভিডৰ সংহাৰ অব্যাহত আছে। দেশৰ লগতে ৰাজ্য খনত দৈনিক শ- শ লোক আক্ৰান্ত হৈছে। পৰিস্থিতি এনে পৰ্যায় পাইছে যে মিনি লক ডাউনৰ দৰে পৰিৱেশ সৃষ্টি হৈছে ৰাজ্যখনত।

এনে সময়তেই ছ’চিয়েল মিডিয়াযোগে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ চৰকাৰৈ এক বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ ছ’চিয়েল মিডিয়া যোগে আহ্বান জনায় যে ইয়াৰ দ্বাৰা আমি বৃন্দাবন চুপাৰমাৰ্টৰ তৰফৰ পৰা জনাব বিচাৰিছো যে আমাৰ কাহিলীপাৰা স্থিত দুমহলীয়া ঘৰটো ক’ভিড কেয়াৰ কেন্দ্ৰ হিচাবে ব্যৱহাৰ কৰিবলৈ আৰু লগতে বৃন্দাবন থিয়েটাৰৰ দুখন ট্ৰাক সকলো সময়তে ক’ভিড সম্পৰ্কীয় কামত ব্যৱহাৰ কৰাৰ বাবে চৰকাৰ/প্ৰশাসনক প্ৰদান কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছোঁ ।

P&C
You might also like