
🔹বিৰল! শিলচৰ চিভিল হাস্পতালত ৫.২ কিলো ওজনৰ শিশুৰ জন্ম
🔹 বৃহস্পতিবাৰে কনকপুৰৰ এগৰাকী প্ৰসূতিয়ে জন্ম দিয়ে পুত্ৰ শিশুটি

🔹ইমান ওজনৰ শিশু জন্মৰ ঘটনা দেশৰ ভিতৰতে বিৰল, মন্তব্য চিকিত্সকৰ
🔹 ডঃ আফচৰ আলমৰ তত্ত্বাৱধানত ছিজাৰিয়ানৰ জৰিয়তে জন্ম শিশুটিৰ
🔹অসমত জন্ম হোৱা শিশুৰ গড় ওজন হয় ২.৫ পৰা ৩ কিলো
🔹 বৰ্তমান মাতৃ আৰু নৱজাতকটি সম্পূৰ্ণৰূপে সুস্থ বুলি মন্তব্য চিকিত্সকৰ