Your Voice, Our Strength

প্ৰায় ডেৰ বছৰৰ পাছত পুত্ৰ নচিকেতা আৰু পত্নীৰ সৈতে গুৱাহাটী বাসগৃহত বিধায়ক অখিল গগৈ।

আজিৰ খবৰ,২৫ জুন: প্ৰায় ডেৰ বছৰৰ পাছত পত্নী পুত্ৰৰ সৈতে শিৱসাগৰৰ বিধায়ক অখিল গগৈ । দুদিনৰ বাবে নিজা গৃহলৈ বুলি ৰাওনা বিধায়ক অখিল গগৈ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আজি উপস্থিত হ’ল চান্দমাৰীৰ  নিজৰাপাৰস্থিত বাসগৃহত। শনিবাৰে পুৱা মাতৃক লগ কৰিবলৈ যোৰহাটলৈ যাব শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকী।
Gmch ৰ পৰা পোনে পোনে চান্দমাৰীৰ নিজৰাপাৰৰ গৃহলৈ নিয়া হয় অখিলক । পুত্ৰ-পত্নীক কাষতে পাই উৎফুল্লিত হৈ পৰে অখিল গগৈ।

P&C
You might also like