🔹২৪৭টা অঞ্চলত হৈছে অধিক সংক্ৰমণ।
🔹পৰ্টেল কন্টেইনমেন্ট জন ঘোষণা কৰিবলৈ নিৰ্দেশ উপাযুক্তক।
🔹সোমবাৰৰ পৰা প্ৰযোজ্য হব নতুন SOP
🔹চাৰিখন জিলাত বৃদ্ধি হৈছে সংক্ৰমণ
🔹বিশ্বনাথ, গোৱালপাৰা, মৰিগাও আৰু গোলাঘাটতত বৃদ্ধি হৈছে সংক্ৰমণ।
🔹সম্পূৰ্ণ কন্টেইনমেন্ট জন ঘোষণা কৰা হব এই জিলাকেইখনত।
🔹কেৱল অত্যাৱশকীয় সেৱাহে চলাচল অব্যাহত থাকিব।
🔹হটস্পৰ্ট হিচাপে ঘোষণা কৰা অঞ্চলসমূহত ১০তকৈ অধিক সংক্ৰমণ
🔹৩বজালৈকে গুৱাহাটীত খোলা থাকিব ব্যৱসায়িক প্ৰতিষ্ঠান।
🔹৪ বজাৰ পৰা মহানগৰীত হব কাৰ্ফিউ।
🔹১ জুলাই ৰ পৰ অধিক ভেকচিন লাভ কৰিব চৰকাৰে। প্ৰতিদিনাই ডেৰ লাখ ভেকচিন লাভ কৰিৰ সম্ভাৱনা।
🔹যিসকলে কোৰোণাৰ দুয়োপালি ভেকচিন লৈছে, তেওঁলোকে এয়াৰপৰ্ট ত কোভিড টেষ্ট কৰিব নালাগে।
🔹অংগনবাড়ী কৰ্মী, সমাজ কল্যান বিভাগ তথা শিশু সকলৰ লগত জড়িত যিসকল কৰ্মচাৰী আছে তেওঁলোকক ভেকচিন দিবলৈ জিলা উপায়ুক্তই ব্যৱস্থা কৰিব।
🔹ভেকচিন নল’লে দৰমহা দিয়া নহ’ব।