Your Voice, Our Strength

এসপ্তাহৰ বাবে ৰাজ্যত বলবৎ নতুন SOP।

অহা দেওবাৰৰ লৈকে ৰাজ্যত প্ৰযোজ্য হব এই নতুন SOP।

🔹২৪৭টা অঞ্চলত হৈছে অধিক সংক্ৰমণ।

 

🔹পৰ্টেল কন্টেইনমেন্ট জন ঘোষণা কৰিবলৈ নিৰ্দেশ উপাযুক্তক।

 

P&C

🔹সোমবাৰৰ পৰা প্ৰযোজ্য হব নতুন SOP

 

🔹চাৰিখন জিলাত বৃদ্ধি হৈছে সংক্ৰমণ

 

🔹বিশ্বনাথ, গোৱালপাৰা, মৰিগাও আৰু গোলাঘাটতত বৃদ্ধি হৈছে সংক্ৰমণ।

 

🔹সম্পূৰ্ণ কন্টেইনমেন্ট জন ঘোষণা কৰা হব এই জিলাকেইখনত।

 

🔹কেৱল অত্যাৱশকীয় সেৱাহে চলাচল অব্যাহত থাকিব।

 

🔹হটস্পৰ্ট হিচাপে ঘোষণা কৰা অঞ্চলসমূহত ১০তকৈ অধিক সংক্ৰমণ

 

🔹৩বজালৈকে গুৱাহাটীত খোলা থাকিব ব্যৱসায়িক প্ৰতিষ্ঠান।

 

🔹৪ বজাৰ পৰা মহানগৰীত হব কাৰ্ফিউ।

 

🔹১ জুলাই ৰ পৰ অধিক ভেকচিন লাভ কৰিব চৰকাৰে। প্ৰতিদিনাই ডেৰ লাখ ভেকচিন লাভ কৰিৰ সম্ভাৱনা।

 

🔹যিসকলে কোৰোণাৰ দুয়োপালি ভেকচিন লৈছে, তেওঁলোকে এয়াৰপৰ্ট ত কোভিড টেষ্ট কৰিব নালাগে।

 

🔹অংগনবাড়ী কৰ্মী, সমাজ কল্যান বিভাগ তথা শিশু সকলৰ লগত জড়িত যিসকল কৰ্মচাৰী আছে তেওঁলোকক ভেকচিন দিবলৈ জিলা উপায়ুক্তই ব্যৱস্থা কৰিব।

 

🔹ভেকচিন নল’লে দৰমহা দিয়া নহ’ব।

You might also like