Your Voice, Our Strength

ৰাজ্যিক বিজেপিৰ নতুন সভাপতি হিচাবে নিযুক্তি বিধায়ক ভৱেশ কলিতাক।

অন্ত পৰিল দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ।

আজিৰ খবৰ, গুৱাহাটী, ২৬ জুন :জল্পনা-কল্পনাৰ ওৰ পৰিল, নতুন সভাপতি হিচাবে নিযুক্তি বিধায়ক ভৱেশ কলিতাক।

দীৰ্ঘদিনীয়া বহু জল্পনা-কল্পনাৰ অৱসান ঘটাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নিযুক্তি দিয়ে ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাক ।ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই আনুষ্ঠানিক ঘোষণা কৰে সভাপতি হিচাপে ভবেশ কলিতাক।

P&C

ভৱেশ কলিতা ৰঙিয়া সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন জলসিঞ্চন বিভাগৰ মন্ত্ৰী আছিল।

বৰ্তমানৰ সভাপতি ৰণজিত দাসৰ পৰা শীঘ্ৰে দায়িত্বভাৰ চমজি ল’ব ভৱেশ কলিতাই।

You might also like