Your Voice, Our Strength

এইবাৰ মেট্ৰিকত কেনেকৈ পাব নম্বৰ ?

পৰীক্ষাৰ ফলাফলৰ মূল্যাংকন নিৰূপণৰ ঘোষণা

আজিৰ খবৰ,১জুলাই : নৱম শ্ৰেণীৰ পৰা ৪০ শতাংশ । এছাইনমেণ্টৰ পৰা ২০ শতাংশ আৰু ৪০ শতাংশ দশম শ্ৰেণীৰ নম্বৰৰ পৰা নিৰূপণ হ’ব ফলাফল । আজি এনেদৰে উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ মূল্যাংকন নিৰূপণ কৰিছে বুলি শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে আজি সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে ।কোনো ছাত্ৰ-ছাত্ৰীয়ে ফলাফলত সন্তুষ্ট নহ’লে তেওঁলোকে পৰীক্ষাত পুনৰ বহিব পাৰিব বুলিও জনায় শিক্ষামন্ত্ৰীয়ে। ৩১ জুলাইৰ ভিতৰত ঘোষণা কৰা হ’ব ফলাফল।

P&C
You might also like