Your Voice, Our Strength

কলিয়াবৰৰ দলগাঁৱত দেশীয় সুৰাৰ লগতে চুলাই মদৰ ৰমৰমীয়া বেহা।

আজিৰ খবৰ, কলিয়াবৰ, ১৫ জুলাই: কলিয়াবৰৰ দলগাঁৱত দেশীয় সুৰাৰ লগতে চুলাই মদৰ ৰমৰমীয়া বেহা।

 

 

লকডাউন-কাৰ্ফিউৰ সুযোগ বুজি এচামে ঘৰতে অবৈধভাৱে চলাইছে দেশীয় সুৰাৰ লগতে চুলাই মদৰ ৰমৰমীয়া বেহা।

 

P&C

কলিয়াবৰৰ দলগাঁৱত নিচাযুক্ত মাদক দ্ৰব্যৰ বিৰুদ্ধে কলিয়াবৰ আৰক্ষী আৰু আৱকাৰী বিভাগে চলাইছিল যৌথ অভিযান।

 

অভিযানত¸ উদ্ধাৰ কৰে দেশীয় সুৰাৰ বৃহৎ সংখ্যক বটল।

 

ইফালে¸দেশীয় সুৰাৰ লগতে প্ৰায় পাঁচশ লিটাৰ চুলাই নষ্ট কৰিবলৈ সক্ষম হয় কলিয়াবৰ আৰক্ষী আৰু আৱকাৰী বিভাগ।

You might also like