Your Voice, Our Strength

পুনৰ তিনি মাহলৈ আলফা (স্বাধীন)ৰ একপক্ষীয় যুদ্ধ বিৰতি ঘোষণা

আজিৰ খবৰ, ১৪ আগষ্ট : পুনৰ তিনিমাহৰ বাবে  আলফাই (স্বাধীন) একপক্ষীয় যুদ্ধ বিৰতি ঘোষণা। কৰিছে । উল্লেখ্য যে ১৫ মে’ত তিনি মাহৰ বাবে একপক্ষীয় যুদ্ধ বিৰতি ঘোষণা কৰিছিল আলফাই। সেই যুদ্ধ বিৰতিৰ সময়সীমা আজি উকলাৰ বাবে পুনৰ ৩ মাহৰ বাবে যুদ্ধ বিৰতি বৃদ্ধি কৰিলে আলফাই। ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আলফাই সকলো ধৰণৰ সামৰিক অভিযানৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইপিনে আলফাই প্ৰথম বাৰৰ বাবে স্বাধীনতা দিৱসত সশস্ত্র প্রতিবাদৰে পৰা বিৰত থাকিব । এইবাৰ দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসত সশস্ত্র প্রতিবাদ কৰাৰ পৰা বিৰত থকাৰ লগতে কোনোধৰণৰ বন্ধ ঘোষণা এই পৰ্যন্ত কৰা নাই আলফা (স্বাধীনে ) ।

You might also like