Your Voice, Our Strength

শীঘ্ৰে গুৱাহাটীৰ পথত চলিব ইলেক্ট্ৰনিক বাছ।

নোহোৱা হ'ব পেট্ৰল-ডিজেলৰ বাছ।

আজিৰ খবৰ, গুৱাহাটী, ২০ আগষ্ট : বিজেপি চৰকাৰৰ আজি ১০০ দিন ভতিক্ৰম কৰিলত কেবাটাও ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । চৰকাৰে নিজৰ এবছৰীয়া বৰ্যপুৰ্তিৰ সময়ত কেইবাটাও নতুন সপোন বাস্তবায়িত কৰিবলৈ ওলাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। তাৰে অন্যতমটো হৈছে অহা ৬ মাহৰ ভিতৰত গুৱাহাটীত চলিব কেৱল ইলেক্ট্ৰনিক বাছ ।

গুৱাহাটী মহানগৰীৰ ৰাজপথত দেখিবলৈ নাপাব পেট্ৰল-ডিজেলৰ ৰাজহুৱা বাছ । ৰাজ্য চৰকাৰে শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্ ৰাজ্য চৰকাৰে ইতিমধ্যে ২০০খন ইলেক্ট্ৰনিক বাছ কিনাৰ সিদ্ধান্ত লৈছে চৰকাৰে । উল্লেখ্য যে অহা  ১ ছেপ্তেম্বৰৰ পৰা আন্তঃজিলা যাতায়াত আৰম্ভ হোৱাৰো। আজি ইংগিত দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

P&C

 

You might also like