
যোৰহাটৰ নিমাতীঘাটত ভয়ংকৰ ফেৰী দুৰ্ঘটনা।
আজিৰ খবৰ, যোৰহাট ,৮ ছেপ্টেম্বৰ : দুৰ্ঘটনাত সম্পূৰ্ণৰূপে ভাগি চুৰমাৰ এখন ফেৰী। দুখন ফেৰীৰ মাজত সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে । নিমাতীঘাটৰ পৰা কমলাবাৰীলৈ গৈ আছিল ‘মা কমলা’ আনহাতে কমলাবাৰীৰ পৰা আহিছিল ‘ত্ৰিপকাই’ নামৰ ফেৰীখন ব্ৰহ্মপুত্ৰত ডুব গ’ল ‘মা কমলা’ নামৰ ফেৰীখন ডুব যোৱা ফেৰীখনত আছিল ১২০ জন যাত্ৰী এতিয়াও সন্ধানহীন হৈ আছে শিশু-মহিলাসহ অধিকাংশ যাত্ৰী । এন ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে ।