
হঠাতে অসুস্থ জুবিন গাৰ্গ।
🔴 জুবিন গাৰ্গ অসুস্থ
🔴 উচ্চৰক্তচাপ জনিত সমস্যাত আক্রান্ত জুবিনক আয়ুৰচুন্দ্ৰা হাস্পতালত ভৰ্তি

🔴 জুবিনৰ স্বাস্থ্য এতিয়া সুস্থিৰ
🔴 আজি জিৰণি লবলৈ পৰামৰ্শ দিছে চিকিৎসকে
🔴 জুবিন গাৰ্গৰ লগত আছে পত্নী গৰিমা শইকীয়া গাৰ্গ, আন পৰিয়ালৰ লোক আৰু কেইবাজনো বন্ধু আৰু অনুৰাগী