Your Voice, Our Strength

দেৱজিৎ গগৈলৈ বর্ষশ্ৰেষ্ঠ ক্রীড়া প্ৰশিক্ষকৰ সন্মান।

আজিৰ খবৰ, গুৱাহাটী , ২২ নৱেম্বৰ : ৰাজ্যৰ বিশিষ্ট ক্রীড়া প্ৰশিক্ষক তথা আই টি এফ টাং চু ডূ স্প’ৰ্টছ এছোচিয়েছন অসমৰ সম্পাদক দেৱজিৎ গগৈলৈ আগবঢ়োৱা হৈছে বর্ষশ্ৰেষ্ঠ ক্রীড়া প্ৰশিক্ষকৰ সন্মান। ৰাইটাৰ্ছ ফ’ৰাম তথা মাহেকীয়া অসমীয়া আলোচনী অসম বন্ধুৰ তৰফৰ পৰা এই সন্মান আগবঢ়োৱা হৈছে গগৈলৈ। যোৱাকালি অসম সাহিত্য সভাৰ প্ৰাঙ্গনৰ জয়ন্ত বৰুৱা আৰু লখিমী বৰুৱা সদনত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত বিধায়ক হেমাংগ ঠকুৰীয়া আৰু ক্রীড়া সংগঠক বিষ্ণুৰাম নুনিছাৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰে প্ৰশিক্ষকগৰাকীয়ে।

You might also like