
কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা : গুৱাহাটীত নিৰ্মাণ হ’ব আৰু চাৰিখন নতুন উৰণীয়া সেতুঁ।
◾ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে উত্তৰ-পূবত প্ৰায় ৮৪,১৯৩কোটি টকাৰ ব্যয়েৰে ১৩১টা নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰিব।
◾কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে যোৱা বুধবাৰে ৰাজ্যসভাত এই ঘোষণা কৰে।

◾গুৱাহাটীত নিৰ্মাণ হ’ব আৰু চাৰিখন নতুন উৰণীয়া সেতুঁ।
◾গুৱাহাটীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰাগাঁও,গড়চুক,লখৰা আৰু বশিষ্ঠত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে একোখনকৈ উৰণীয়া সেতুঁ নিৰ্মাণ কৰিব।
◾গুৱাহাটী মহানগৰক সামৰি এটা ৰিং ৰোডও নিৰ্মাণ কৰা হ’ব।