Your Voice, Our Strength

এটা ভাল খবৰ : দিল্লীত গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ সুযোগ অসমৰ ৪গৰাকী ছাত্ৰীৰ।

⏺দিল্লীত গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ সুযোগ অসমৰ ৪গৰাকী ছাত্ৰীৰ।

 

⏺১জানুৱাৰীৰ পৰা ৩১জানুৱাৰীলৈ দিল্লীত অনুষ্ঠিত হ’ব পেৰেড কেম্প।দেশৰ ১০ ৰাজ্যৰ শিক্ষাৰ্থীয়ে এই পেৰেড কেম্পত অংশ ল’ব।

 

P&C

⏺দিল্লীত অনুষ্ঠিত গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে।

 

⏺এই কেম্পৰ বাবে কোকৰাঝাৰৰ নেচনেল ইন্সটিটিউট অৱ টেকনলজিত অনুষ্ঠিত হৈছিল বাছনি কেম্প।

 

⏺দিল্লীত অনুষ্ঠিত হ’বলগীয়া মূল পেৰেড কেম্পত অংশ ল’ব অসমৰ মুঠ ৪গৰাকী ছাত্ৰীয়ে।

 

⏺এই পেৰেডত অংশ ল’বলগীয়া নিৰ্বাচিত শিক্ষাৰ্থীসকল হ’ল ক্ৰমে বনশ্ৰী কাকতিৰ লগতে অৰ্হতা, মহৰ্ষি আৰু যুগব্ৰত।

You might also like