Your Voice, Our Strength

২০২২ বৰ্ষৰ বেংক বন্ধৰ তালিকা : ২০২২ৰ জানুৱাৰী মাহত ১৬ দিনৰ বাবে বন্ধ থাকিব বেংক।

♦️দেশৰ ভিন্ন বেংক প্ৰতিষ্ঠানসমূহেও প্ৰকাশ কৰিছে ২০২২ বৰ্ষৰ তেওঁলোকৰ বেংক বন্ধৰ তালিকা৷বেংক বন্ধৰ দিনবোৰ ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দ্বাৰা নেগোচিয়েবল ইনষ্ট্ৰুমেণ্টএক্ট,১৮৮১ৰ অধীনত তালিকাভুক্ত কৰা হৈছে।

 

♦️দেশৰ বেংকবোৰে জানুৱাৰী ২০২২ত মুঠ ১৬ দিনৰ বাবে বন্ধ থাকিব, যাৰ ভিতৰত আছে দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ, আৰু দেওবাৰ।জানুৱাৰীত ৭টা সাপ্তাহিক বন্ধ থাকিব আৰু বিভিন্ন বন্ধৰ কাৰণে বিভিন্ন ৰাজ্যত বেংক বন্ধ থাকিব।

 

P&C

♦️বেছিভাগ ৰাজ্যৰ বেংকে ‘গণতন্ত্ৰ দিৱস’ৰ বাবে ২৬ জানুৱাৰী ২০২২ তাৰিখে বন্ধ পালন কৰিব।ভাৰতে তিনিটা ৰাষ্ট্ৰীয় বন্ধ পালন কৰে অৰ্থাৎ ২৬ জানুৱাৰী (গণতন্ত্ৰ দিৱস),১৫ আগষ্ট (স্বাধীনতা দিৱস) আৰু ২ অক্টোবৰ (মহাত্মা গান্ধী জয়ন্তী)।

 

♦️এই বন্ধৰ বাহিৰেও, বেংকবোৰ দেওবাৰে আৰু প্ৰতিমাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে বন্ধ থাকিব।

 

🔴ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা ২০২২বৰ্ষৰ জানুৱাৰীত বেংক বন্ধৰ তালিকা🔴

 

জানুৱাৰী ১ সমগ্ৰ ভাৰতত নৱবৰ্ষ

জানুৱাৰী ২ দেওবাৰ

জানুৱাৰী ৪ লুচং চিক্কিম

জানুৱাৰী ৮ দ্বিতীয় শনিবাৰ

জানুৱাৰী ৯ দেওবাৰ

জানুৱাৰী ১১ মিছনেৰী দিৱস মিজোৰাম

জানুৱাৰী ১২ স্বামী বিবেকানন্দ কলকাতাৰ জন্ম

জানুৱাৰী ১৪ মকৰ সংক্ৰান্তি বহুতো ৰাজ্য

জানুৱাৰী ১৫ পোংগল তামিলনাডু, পুডুচেৰী, অন্ধ্ৰ প্ৰদেশ

জানুৱাৰী ১৬ দেওবাৰ

জানুৱাৰী ১৮ থাই পুচাম চেন্নাই

জানুৱাৰী ২২ চতুৰ্থ শনিবাৰে

জানুৱাৰী ২৩ দেওবাৰ

জানুৱাৰী ২৬ সমগ্ৰ দেশতে গণতন্ত্ৰ দিৱস

জানুৱাৰী ৩০ দেওবাৰ

জানুৱাৰী ৩১ মে-ডাম-মে-ফি অসম

 

You might also like