Your Voice, Our Strength

পল্টন বজাৰত ক্লিয়াৰ ভিজনৰ দ্বিতীয়খন বিপণী

আজিৰ খবৰ,গুৱাহাটী, ২৪ মার্চ:  ক্লিয়াৰ ভিজনৰ দ্বিতীয়খন বিপণী সোমবাৰে পল্টন বজাৰৰ চলাপাৰ পথৰ স্বস্তিক স্কুৱেৰত মুকলি কৰা হয়।স্বস্তিক স্কুৱেৰৰ এইখন দ্বিতীয় খন মুকলি। অসমৰ চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই এই বিপণীখন মুকলি কৰি কয় যে -ক্লিয়াৰ ভিজনে উন্নত মানৰ সেৱা আগবঢ়াই আহিছ। এই বিপণীখনৰ জৰিয়তে গুৱাহাটীবাসী উপকৃত হ’ব পাৰিব।’

P&C

ক্লিয়াৰ ভিজনে প্ৰথম গোস্বামী চাৰ্ভিচ, শিলপুখুৰীত বিপণী মুকলি কৰি ৰাইজক ১৯৯২ চনৰ পৰা সেৱা আগবঢ়াবলৈ সক্ষম হৈছে। ক্লিয়াৰ ভিজনত টাইটান, ফাট্ৰেক, ৰেবেন, ভউগ, অ’কলে, ৰলেস্ক, ক’ডেক, এছিল’ৰ, এডিই,ইমেজ, ইৰাচ আদি। ইয়াত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হয়। লগতে চকু বিশেষজ্ঞৰ জৰিয়তে চিকিৎসা সেৱা আগবঢ়োৱা হয়। উল্লেখ্য, ক্লিয়াৰ ভিজনে ৩০ বছৰে নিজৰ সেৱা আগবঢ়াবলৈ সক্ষম হৈছে।

You might also like