▶️আজি নিশাৰ পৰা ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণ,ধুমুহা-বতাহৰ সম্ভাৱনা
▶️বতৰ বিজ্ঞান বিভাগৰ বতৰৰ আগজাননী।
▶ আজি নিশাৰ পৰা ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা।
▶ বিজুলী-ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণৰ লগতে প্ৰবল ধুমুহা-বতাহৰো আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।
▶ বতৰ বিজ্ঞানৰ আগজাননী অনুসৰি সোমবাৰে বতৰ কিছু ফৰকাল হোৱাৰ সম্ভাৱনা আছে যদিও অহা বুধবাৰৰ পৰা শনিবাৰ পৰ্যন্ত ৰাজ্যত প্ৰবল বৃষ্টিপাত অব্যাহত থাকিব।
▶ ইফালে গুৱাহাটী মহানগৰত আজিৰ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা ৩০ ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে সৰ্বনিম্ন ২২ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে।