Your Voice, Our Strength

কোনে লাভ কৰিলে মেট্ৰিকৰ শীৰ্ষ ১০ত স্থান

২০২২ ৰ মেট্ৰিকৰ ফলাফল

প্ৰথম স্থান

▶ৰক্তোৎপল শইকীয়া, ছেণ্টমেৰিজ হাইস্কুল, উত্তৰ লখিমপুৰ,মুঠ নম্বৰ- ৫৯৭

P&C

দ্বিতীয় স্থান

▶ভূয়সী মেধি, লিটল ফ্লাৱাৰ স্কুল, নলবাৰী,মুঠ নম্বৰ- ৫৯৬

তৃতীয় স্থান (তিনিগৰাকী শিক্ষাৰ্থী)

▶মৃদুপৱন কলিতা, ডনবস্ক’ হাইস্কুল, খেৰণি,মুঠ নম্বৰ- ৫৯৫

▶লাবিব মুজিব, ডনবস্ক’ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৈৰাগীমঠ, ডিব্রুগড়,মুঠ নম্বৰ- ৫৯৫

▶পাৰ্থপ্রতীম দাস, লোহিত ডিক্রং, উচ্চতৰ মাধ্যমিক বিদ্যালয়,মুঠ নম্বৰ- ৫৯৫

চতুৰ্থ স্থান(৪গৰাকী শিক্ষাৰ্থী)

▶স্বপ্নৰাজ কলিতা, আনন্দৰাম বৰুৱা একাডেমী, বৰপেটা,মুঠ নম্বৰ- ৫৯৪

▶স্নেহা শইকীয়া, দয়ানন্দ বিদ্যা নিকেতন, গোলাঘাট,মুঠ নম্বৰ- ৫৯৪

▶সমাদৃতা শৰ্মা, ডনবস্ক’ হাইস্কুল বাঘচোং, যোৰহাট,মুঠ নম্বৰ- ৫৯৪

▶অন্বেষা বৰা, ডনবস্ক’ হাইস্কুল, ডুমডুমা,মুঠ নম্বৰ- ৫৯৪

পঞ্চম স্থান(৪গৰাকী শিক্ষাৰ্থী)

▶জুবেইৰ হুছেইন পালহাজী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰপেটা,মুঠ নম্বৰ-৫৯৩

▶প্রাণজিৎ বৰদলৈ, নগাঁও আঞ্চলিক হাইস্কুল, দৰং,মুঠ নম্বৰ-৫৯৩

▶শ্বানাজ অঞ্জুম য়াছমিন, বেনগাৰ্ডেন হাইস্কুল, যোৰহাট,মুঠ নম্বৰ-৫৯৩

▶ইকুইট এব্বট দত্ত, ছেণ্টমেৰিজ হাইস্কুল, লখিমপুৰ,মুঠ নম্বৰ-৫৯৩

ষষ্ঠ স্থান(দুগৰাকী শিক্ষাৰ্থী)

▶বিতোপন মেধি, ছেইণ্ট ছেবাষ্টেইনছ বিদ্যালয়, মাটিয়া,মুঠ নম্বৰ-৫৯২

▶মূৰ্ছনা বৰ্মন, লিটল ফ্লাৱাৰ স্কুল, নলবাৰী,মুঠ নম্বৰ-৫৯২

সপ্তম স্থান(৬গৰাকী শিক্ষাৰ্থী)

▶জ্যোতিপল তালুকদাৰ, আনন্দৰাম বৰুৱা একাডেমী, বৰপেটা,মুঠ নম্বৰ-৫৯১

▶শৰ্মিষ্ঠা ভাগৱতী, জৱাহৰজ্যোতি হাইস্কুল, লখিমপুৰ,মুঠ নম্বৰ-৫৯১

▶প্রিয়ানুজ বৰদলৈ, নিউলুক একাডেমী, শিৱসাগৰ,মুঠ নম্বৰ-৫৯১

▶দীপশিখা বৰুৱা, ডিমৌ গাৰ্লছ হাইস্কুল, ডিমৌ,মুঠ নম্বৰ-৫৯১

▶অশ্লেষা শৰ্মা, ছেণ্টমেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়, গুৱাহাটী,মুঠ নম্বৰ-৫৯১

▶নিশা শৰ্মা, টি চি চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, গুৱাহাটী,মুঠ নম্বৰ-৫৯১

অষ্টম স্থান (৬গৰাকী শিক্ষাৰ্থী)

▶হৰ্ষিত বৰ্মন, পাঠশালা শিক্ষাপীঠ আদৰ্শ বিদ্যালয়,মুঠ নম্বৰ- ৫৯০

▶অলিভিয়া বৰা, ডনবস্ক’ হাইস্কুল, বাঘচোং, যোৰহাট,মুঠ নম্বৰ- ৫৯০

▶ৰাজনন্দিনী বৈদ্য, খ্রীষ্টজ্যোতি স্কুল, নগাঁও,মুঠ নম্বৰ- ৫৯০

▶তেজাল আগৰৱাল, খ্রীষ্টজ্যোতি হাইস্কুল, নগাঁও,মুঠ নম্বৰ- ৫৯০

▶উদেষ্ণা বৰদলৈ, খ্রীষ্টজ্যোতি হাইস্কুল, নগাঁও,মুঠ নম্বৰ- ৫৯০

▶নেহা উপাধ্যায়, বৰছলা উচ্চতৰ মাধ্যমিক বিদ্যালয়, শোণিতপুৰ,মুঠ নম্বৰ- ৫৯০

নৱম স্থান(১০গৰাকী শিক্ষাৰ্থী)

▶ডিভাইন এ পি শৰ্মা, পাঠশালা শিক্ষাপীঠ আদৰ্শ বিদ্যালয়,মুঠ নম্বৰ-৫৮৯

▶আকাশদ্বীপ ভূঞা, হেপীচাইল্ড ইংলিছ স্কুল, ছিপাঝাৰ,মুঠ নম্বৰ-৫৮৯

▶ধৃতিষ্মান দত্ত, ছল্টব্রুক, ডিব্রুগড়,মুঠ নম্বৰ-৫৮৯

▶তবিবুল হক, অল আমিন ইছলামিক মডেল স্কুল, কামৰূপ,মুঠ নম্বৰ-৫৮৯

▶পাৰ্থপ্রতীম বৰা, জ্ঞানজ্যোতি একাডেমী, নাৰায়ণপুৰ,মুঠ নম্বৰ-৫৮৯

▶বিদিশা নাথ, শংকৰদেৱ বিদ্যা নিকেতন, চৰাইবাহী, মৰিগাঁও,মুঠ নম্বৰ-৫৮৯

▶সৃষ্টিনন্দা কাশ্যপ, খ্রীষ্টজ্যোতি স্কুল, ধিং,মুঠ নম্বৰ-৫৮৯

▶আৰিন ভূঞা, হলিনেম স্কুল, শিৱসাগৰ,মুঠ নম্বৰ-৫৮৯

▶জ্যোতিৰ্ময় দত্ত, শ্রীমন্ত শংকৰদেৱ বিদ্যালয়, নিতাইপুখুৰী,মুঠ নম্বৰ-৫৮৯

▶আনাসুয়া ঠাকুৰীয়া, জি ইউ মডেল হাইস্কুল, গুৱাহাটী,মুঠ নম্বৰ-৫৮৯

দশম স্থান (১৮গৰাকী শিক্ষাৰ্থী)

▶আলমিনা খাতুন, নৱমিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰপেটা,মুঠ নম্বৰ-৫৮৮

▶অনুভৱ কপিল, বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়,মুঠ নম্বৰ-৫৮৮

▶বিশ্বদীপ নাথ, হলী ক্রছ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাছাৰ,মুঠ নম্বৰ-৫৮৮

▶অনন্যা ভৰদ্বাজ, লিটল ফ্লাৱাৰ স্কুল, ডিব্রুগড়,মুঠ নম্বৰ-৫৮৮

▶অনিকংকনা গগৈ, টেঙাখাত জাতীয় বিদ্যালয়, ডিব্রুগড়,মুঠ নম্বৰ-৫৮৮

▶অয়ন মিত্র, ছেণ্টমেৰিজ হাইস্কুল, লখিমপুৰ,মুঠ নম্বৰ-৫৮৮

▶কৌস্তভ জ্যোতি নাথ, শংকৰদেৱ বিদ্যা নিকেতন, মৰিগাঁও,মুঠ নম্বৰ-৫৮৮

▶উদিতি দাস, খ্রীষ্টজ্যোতি স্কুল, ধিং,মুঠ নম্বৰ-৫৮৮

▶দিব্যজ্যোতি লহকৰ, শংকৰদেৱ বিদ্যা নিকেতন, নলবাৰী,মুঠ নম্বৰ-৫৮৮

▶ধৃতিষ্মিতা ডেকা, শংকৰদেৱ বিদ্যা নিকেতন, নলবাৰী,মুঠ নম্বৰ-৫৮৮

▶হিমাংশু দাস, শ্রীসুন্দৰমল মডাৰ্ণ স্কুল, শিৱসাগৰ,মুঠ নম্বৰ-৫৮৮

▶ৰক্তোৎপল বৰা, শ্রীসুন্দৰমল মডাৰ্ণ স্কুল, শিৱসাগৰ,মুঠ নম্বৰ-৫৮৮

▶কল্লোল বিশ্বাস, ছেক্রেড হাৰ্ট স্কুল, তেজপুৰ,মুঠ নম্বৰ-৫৮৮

▶সৌৰভ বৰ্মন, অসম জাতীয় বিদ্যালয়, গুৱাহাটী,মুঠ নম্বৰ-৫৮৮

▶ময়ংক আগৰৱাল, নিকলছ হাইস্কুল, ছাত্রীবাৰী, গুৱাহাটী,মুঠ নম্বৰ-৫৮৮

▶জুৰীষ্মা চক্রৱৰ্তী, ছেইণ্ট ষ্টিফেন স্কুল, গুৱাহাটী,মুঠ নম্বৰ-৫৮৮

▶অনুৰাগ বৰা, শংকৰদেৱ শিশু নিকেতন, বনগাঁও, মাজুলী,মুঠ নম্বৰ-৫৮৮

▶ মহম্মদ হাম্মাদুৰ ৰহমান, ছেইণ্ট বনিফেচ হাইস্কুল, নগাঁও,মুঠ নম্বৰ-৫৮৮

You might also like