Your Voice, Our Strength

২৫ জুনৰ পৰা ২৫ জুলাইলৈ হ’ব গৰম বন্ধ

আজিৰ খৱৰ,২৪জুন, গুৱাহাটী : ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানখনসমূহৰ গৰম বন্ধ ঘোষণা কৰা হৈছে।বান পৰিস্থিতিৰ বাবে বিদ্যালয়সমূহৰ আগতীয়াকৈ গৰম বন্ধ ঘোষণা।
২৫ জুনৰ পৰা ২৫ জুলাইলৈ হ’ব গৰম বন্ধ।শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিলে গৰম বন্ধ।
উল্লেখযোগ্য যে,পূৰ্বতকৈ এইবাৰ আগুৱাই দিয়া হৈছে গৰম বন্ধ।২৫ জুনৰ পৰা ২৫ জুলাইলৈকে ১ মাহ গৰম বন্ধ পাব ছাত্ৰ-ছাত্ৰীয়ে।
বান পানীৰ বাবে বহু শিক্ষানুষ্ঠান বন্ধ হৈ আছে।সেয়েহে এইবাৰ আগুৱাই দিয়া হৈছে গৰম বন্ধ

You might also like