
২৭ জুনত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল : কোনকেইটা ৱেবছাইটত আপুনি পাব ফলাফল?
🔳২৭ জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল।
🔳২৭ জুনৰ পুৱা ৯ বজাত ঘোষণা কৰা হ’ব ফলাফল।

🔳মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে সদৰি কৰে এই কথা।
🔳উল্লেখযোগ্য যে, সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা বাৰ্তা মুখ্যমন্ত্ৰীৰ।
👉👉এইকেইটা ৱেবছাইটত চাব পাৰিব ফলাফল—-
sebaonline.org
resultsassam.nic.in
results.shiksha
assamresult.in
assamresult.co.in