Your Voice, Our Strength

আজি কিমান সময়ৰ পৰা জন্মাষ্টমী আৰম্ভ হ’ব আৰু কিমান সময়ত অন্ত পৰিব

শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী ১ ভাদ ১৮ আগষ্ট বৃহস্পতিবাৰে ৰাতি ৯/২০/৪৩ সময়ত তিথি আৰম্ভ আৰু অন্ত হ’ব ২ ভাদ ১৯ আগষ্ট শুক্ৰবাৰে ৰাতি ১০/৫৯/৩ সময়ত ।

১৮ আগষ্ট ৰাতি ১১/৩৫/২৬ সময়ত ৰোহিনী (৪) নক্ষত্ৰ আৰম্ভ হৈ ১৯ আগষ্ট ৰাতি ১/৫৩/৯ সময়ত অন্ত হ’ব ।

P&C

জন্মাষ্টমী দিন হব ১৯ আগষ্ট শুক্ৰবাৰ ২ ভাদ ।

You might also like