Your Voice, Our Strength

জু-ৰোডত শনিবাৰে মুকলি হয় শ্বপিং কৰ্ণাৰ

জু-ৰোডত শনিবাৰে মুকলি হয় শ্বপিং কৰ্ণাৰ

আজিৰ খবৰ, গুৱাহাটী, ১০ অক্টোবৰ, ২০২২ : জু-ৰোডত শনিবাৰে মুকলি হয় শ্বপিং কৰ্ণাৰ ।’জু-ৰোড শ্ব’পিং কৰ্ণাৰ’ নামৰ বিপনীখন মুকলি কৰে মনালী জৈনে।অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। গুৱাহাটীৰ জু-ৰোডৰ ডলী ভৱনত মুকলি কৰা এই বিপনীখনত দৈনিক প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী উপলদ্ধ হৈছে। ইতিমধ্যে তেওঁলোকৰ শিলপুখুৰী শ্বপিং কৰ্ণাৰ আৰু ৰাজগড় শ্বপিং কৰ্ণাৰ নামৰ দুখন শ্বপিং কৰ্ণাৰ আছে। তৃতীয়খন জু-ৰোড শ্বপিং কৰ্ণাৰখন তেওঁলোকৰ তৃতীয়খন শ্বপিং কৰ্ণাৰ।উল্লেখ্য, এই শ্বপিং কৰ্ণাৰ কেইখনৰ ফ্ৰী ডেলিভাৰীৰ ব্যৱস্থা আছে।

P&C
You might also like