Your Voice, Our Strength

JAFA Achiever Award-২০২২ , ঘোষণা

এইবাৰ কাক কাক প্ৰদান কৰা হ'ব এই বঁটা ?

 

 

P&C

আজিৰ খবৰ,গুৱাহাটী ২২ নৱেম্বৰ: ৰাজ্যৰ সাংবাদিক -সংবাদকৰ্মীৰ উমৈহতীয়া মঞ্চ জাৰ্ণেলিষ্ট এচোছিয়েশ্যন ফৰ আসাম চমুকৈ জাফাই আজি
JAFA Achiever Award-২০২২ ৰ বঁটা প্ৰাপকৰ নাম সমূহ ঘোষণা কৰে ।
জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা , মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়া আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ৰ হৈ প্ৰচাৰ সম্পাদক কুলেন্দ্ৰ শইকীয়াই বাতৰি কাকতলৈ এক বিবৃতি প্ৰেৰণৰে বঁটা প্ৰাপক সকলৰ নাম সমুহ ঘোষণা কৰে । অহা চাৰি ডিচেম্বৰত গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত আয়োজিত এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত বঁটা সমূহ প্ৰদান কৰা হ’ব বুলি বিবৃতিটোত প্ৰকাশ।
JAFA Achiever Award-২০২২ ৰ বঁটা প্ৰাপক সকল হ’ল ক্ৰমে —
Journalism শিতানত
১৷ ৰত্নদ্বীপ চৌধুৰী, ব্যুৰো চিফ, এনডি টিভি,
২৷ টিপঙ হাঞ্চে, সম্পাদক দ্যা আৰ্লেং ডেইলি,
৩৷ সাম্য ভৰদ্বাজ, চিফ ষ্টাফ ৰিপোৰ্টাৰ, আমাৰ অসম,
৪৷ হীৰামণি শৰ্মা, উপ-সম্পাদক, অসমীয়া প্ৰতিদিন,
৫৷ মিণ্টু হাজৰিকা, জ্যেষ্ঠ সাংবাদিক, আছাম টক্‌চ,
৬৷ ৰাজু বৰুৱা, সহকাৰী চিফ ৰিপোৰ্টাৰ, নিউজ-১৮ অসম-নৰ্থইষ্ট৷

Photo Journalism শিতানত
৭৷ দিব্যজ্যোতি ৰাভা, জ্যেষ্ঠ ফটো সাংবাদিক, নিয়মীয়া বাৰ্তা৷

Video Journalism শিতানত
৮৷ সঞ্জয় বৰা, জ্যেষ্ঠ ভিডিও সাংবাদিক, ডি ৱাই ৩৬৫

News Anchor শিতানত
৯৷ শ্যামলি বৰঠাকুৰ, এন কে টিভি, নিউজ এংকৰ

Best School of Journalism শিতানত
১০৷ টাৰ্ণিং পইণ্ট, গুৱাহাটী৷

Dynamic Youth Leadership শিতানত
১১৷ জয়ন্ত মল্ল বৰুৱা, কেবিনেট মন্ত্ৰী, অসম চৰকাৰ৷

For Excellence in Police Service শিতানত
১২৷ হীৰেণ নাথ, এডিজিপি, [এচ বি] আই পি এচ

For Excellence Medical Service শিতানত
১৩৷ ডাঃ অমল চন্দ্ৰ কটকী, সঞ্চালক বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট৷

For Excellence Service in Public Administration শিতানত
১৪৷ মেঘ নিধি দাহাল, আয়ুক্ত, গুৱাহাটী পৌৰ নিগম [আই এ এচ]৷

Inspiring Educationist শিতানত
১৫৷ মেহবুবুল হক, আচাৰ্য, ইউ এচ টি এম৷

For Peace Intiative শিতানত
১৬৷ আভিজিত শৰ্মা, সঞ্চালক, আছাম পাব্লিক ৱাৰ্কচ৷

Inspiring Women শিতানত
১৭৷ ডাঃ পাৰুল বৰুৱা, পৰিচালন সঞ্চালক,
আৰ আই পি টি গ্ৰুপ অব ইনষ্টিটিউচন৷

Social Service শিতানত
১৮৷ পৰাগজ্যোতি দত্ত, হেল্‌থ চিটি হাস্পতাল, গুৱাহাটী৷

Social Influencer শিতানত
১৯৷ ভূষণ পাঠক, জনপ্ৰিয় ইউটিউবাৰ৷

Best Upcoming Singer শিতানত
২০৷ নাহিদ আফ্ৰিন, উদীয়মান জনপ্ৰিয় কণ্ঠশিল্পী৷

For Entrepreneur শিতানত
২১৷ বাহাৰুল ইছলাম লস্কৰ, যুৱ উদ্যোগী৷

For Youth Activisit শিতানত
২২৷ সন্দীপ লাহন, অসম যুৱ পৰিষদ৷

For Small Scale Industry শিতানত

২৩/ কৃষ্ণ প্ৰসাদ শৰ্মা
ক্ষুদ্ৰ চাহ খেতিয়ক

তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ ২২গৰাকী গ্ৰাম্য সাংবাদিকক JAFA Achiever Award-২০২২ (for Rural Journalism)ৰ বাবে নিৰ্বাচিত কৰা হৈছে৷ জাফাৰ গ্ৰাম্য সাংবাদিকতা বঁটা লাভ কৰা সকল ক্ৰমে–
২৪৷ প্ৰশান্ত মহন্ত, ইষ্টাৰ্ণ ক্ৰনিকেল, তেজপুৰ
২৫৷ বীৰেন সিং ইংহি, কে,এই,টি নিউজ চেনেল, পশ্চিম কাৰ্বি আংলং
২৬৷ জয়ন্ত কাকতি, অসমীয়া প্ৰতিদিন, পাথৰিঘাট
২৭/ মনালিছা শৰ্মা, দৈনিক অগ্ৰদূত, কোকৰাঝাৰ
২৮/ বিশ্ব কল্যাণ পূৰকায়সঞ্জহ,প্ৰান্তজ্যোতি দৈনিক, শিলচৰ
২৯/ ৰঞ্জিত দত্ত, ভিডিও সাংবাদিক, ডি ৱাই ৩৬৫, বঙাইগাঁও
৩০/ কমল কৃষ্ণ ডেকা, প্ৰতিদিন টাইম, ডিমৰীয়া
৩১/ৰিপুঞ্জয় নাথ, নিউজ ১৮ অসম নৰ্থইষ্টি, ওদালগুৰি
৩২) চন্দ্ৰ সিং ৰংপি, কাৰ্বি লাইভ, বিশ্বনাথ চাৰিআলি
৩৩/ ধনকেশ বৰ্মন, নাৰদ লাইভ, চিথিলা
৩৪/মৃণাল শৰ্মা, আমাৰ প্ৰণাম, শোণিতপুৰ
৩৫/মিণ্টু তালুকদাৰ, প্ৰথম খবৰ, বিজনী
৩৬/কনেশ্বৰ ডেকা, নিউজ লাইভ, কলাইগাও
৩৭/দীপৰাজ পেগু, আমাৰ অসম, গোগামুখ
৩৮/বনমালী মহন্ত , অৰুণোদয় লাইভ, ধেমাজি
৩৯/দিগন্ত সোণোৱাল, অসমীয়া প্ৰতিদিন, বগীনদী
৪৯/ৰাজু বৰা, ঈশান নিউজ, বান্দৰ দোৱা
৪১/ ৰত্নেশ্বৰ চহৰীয়া, দৈনিক জনমভূমি, দেওমৰনৈ
৪২/ দুলাল ডেকা, এন ই লাইভ, দৰঙ
৪৩/ ৰমেশ দাস, নিয়মীয়া বাৰ্তা, সোণাপুৰ
৪৪/আমজাদ আলী, অসমীয়া খবৰ, লেংটিচিঙা, অভয়াপুৰী
৪৫/পাৰ্থ হাজৰিকা, অসমীয়া খবৰ, টিয়ক৷

You might also like