Your Voice, Our Strength

UB Photo’s যে আয়োজন কৰিছে সৰ্বভাৰতীয় ফটো প্ৰতিযোগিতা : CPB Photo Awards – Edition III

 

আজিৰ খবৰ,২৩ নৱেম্বৰ ,গুৱাহাটী: চেন্নাই ফটো বিয়েনালে ফাউণ্ডেচন আয়োজন কৰা সৰ্বভাৰতীয় ফটো প্ৰতিযোগিতা, ” CPB Photo Awards – Edition* III অনুষ্ঠিত কৰিবলৈ লৈছে ইউ বি ফটো’জে ।গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদ।মেলত এই কথা সদৰি কৰে UB Photos ৰ পৰিচালক সঞ্চালক উৎপল বৰুৱাই ।
বহু বছৰ ধৰি পৃথিৱী শ্ৰেষ্ঠ ফটো দৰে ভাৰৰত ফটো প্ৰদশনি আয়োজন কৰি আহিছিল চেন্নাই ফটো বিয়েনালে ফাউণ্ডেচন । কিন্তু এইবাৰ স্থানীয় ফটো সংবাদিকৰ সুবিধা বাবে এই প্ৰতিযোগিতাত খন আয়োজন কৰিছে CPB Photo Awards
যত উত্তৰ পূৱৰ ফটো সংবাদিকৰ সকলেও এই সুবিধা লব পাৰিব । দুটা পয্যায়ত প্ৰতিযোগী
সকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। এটা ফটো আৰু আনটো ফটো ষ্টোৰি।
বিজয়ী প্ৰতিযোগীয়ে নগদ ৩৫হাজাৰ পৰা ১ লাখ টকাকৈ লাভ কৰিব পুৰষ্কাৰ । ফটো বোৰ জানুৱাৰী ১৫ তাৰিখৰ ভিতৰত Www.chennaiphotobiennale. Foundation
@chennaiphotobiennale
ৱেবচাইটৰ ত নিজে আপলোড কৰিব লাগিব

P&C
You might also like