
কোনে কোনে লাভ কৰিছে ৰাজ্যচৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ….
আজিৰ খবৰ,,৫জানুৱাৰী,২০২৩; অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে এই বৰ্ষৰ “অসম বৈভৱ”, “অসম সৌৰভ” আৰু “অসম গৌৰৱ” বটাপ্ৰাপ্ত ৰ নাম৷৷

▪️অসম বৈভৱ▪️
১.ডা° তপন শইকীয়া
(আন্তঃৰাষ্ট্ৰীয় কৰ্কট ৰোগ বিশেষজ্ঞ)৷৷
▪️অসম সৌৰভ▪️
১.শ্ৰী কৃষ্ণ ৰয়৷৷
(অসম ভ্ৰাম্যমাণ নাট্যজগতৰ পিতৃস্বৰূপ)
২. শ্ৰী গিলবাৰ্টচন চাংমা
(আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফুটবল খেলুৱৈ)
৩.শ্ৰীমতী নয়নমনি শইকীয়া
(আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লন’বল খৈলুৱৈ)
৪.ড° বিনয় কুমাৰ শইকীয়া
(বিশিষ্ট বিজ্ঞানী)
৫.ডা° শশীধৰ ফুকন
(বিশিষ্ট চিকিৎসক, স্বাস্থ্যবিভাগৰ যুটীয়া সঞ্চালক)
▪️অসম গৌৰৱ▪️
১.ধৃতিমালা ডেকা
(বিশিষ্ট সমাজকৰ্মী, শ্মশানবন্ধু)
২.শ্ৰী দেৱজিত বৰ্মন
(বিশিষ্ট পশুপালক)
৩.শ্ৰী ৰোস্তম বসুমতাৰী
(বিশিষ্ট প্ৰকৃতিবীদ)
৪. শ্ৰী মাঞ্জে লা
(বিশিষ্ট উদ্যোগী)
৫. শ্ৰী বিনন্দ হাতীবৰুৱা
( বিশিষ্ট প্ৰকৃতিবীদ)
৬. শ্ৰী অতুল চন্দ্ৰ বৰুৱা
(বিশিষ্ট শিক্ষাবীদ, সমাজকৰ্মী)
৭. শ্ৰীমতী কল্যাণী ৰাজবংশী
(সমাজকৰ্মী)
৮. শ্ৰীমতী চিলা গোৱালা
(আশাকৰ্মী)
৯. ড° যোগেশ দেউৰী
(বিশিষ্ট গৱেষক, ৰেচম শিল্প)
১০. ড° পকংজ লাল গগৈ
(বিশিষ্ট ব্যৱসায়ী)
১১. শ্ৰী সৰ্বেশ্বৰ বসুমতাৰী
( আদৰ্শ খেতিয়ক)
১২. শ্ৰী মানথাং মাৰ
( আদৰ্শ খেতিয়ক)
১৩. ড° ধ্ৰুৱজ্যোতি শৰ্মা
( উদ্যান শস্য গৱেষক)
১৪. শ্ৰী দয়াল গোস্বামী
( মুখাশিল্প)
১৫. ড° চৈয়দ ইফটিকাৰ আহমেদ
(বিশিষ্ট গৱেষক)