Your Voice, Our Strength

हिंद देश का प्यारा झंडा सदा ऊंचा रहेगा

আজিৰ খবৰ, গুৱাহাটী, ৬ নৱেম্বৰ, ২০২৩ : ৰাষ্ট্ৰ নিৰ্মাণ কাৰ্যৰ ঘাই খুঁ‌টাডাল হল শিক্ষা আৰু সংস্কাৰ তাৰেই প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰহিতৰ হকে কাম কৰি যোৱা Salute Triranga অসম প্ৰদেশে অসম তথা উত্তৰ পূৰ্ব্বাঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে NDA,CDS ৰ অনলাইন লিখিত পৰীক্ষাৰ বাবে তথা SSB.CPSS/ PABTআদিৰ প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে GEORGIANS ACADEMY FOR PROFESSIONAL STUDIES SSB নামৰ প্ৰতিষ্ঠানতোৰ সৈতে চেলুট ত্ৰিৰংগা প্ৰদেশৰ যৌথ প্ৰচেষ্টা তথা অসম চৰকাৰৰ তত্বাৱধানত আমাৰ উত্তৰ পূৰ্ব্বাঞ্চলৰ দৰিদ্ৰ ৰেখা সীমাৰ তলৰ ছাত্ৰ ছাত্ৰীক প্ৰাধান্য কৰি সকলো স্তৰৰ ছাত্ৰ- ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পৰাকৈ সম্প্ৰসাৰণ কৰা হব বুলি GAPS SSB ৰ সঞ্চালক সন্মানীয় দিপক কুমাৰ প্ৰসাদৰ সৈতে যোৱা ৩০।১০।২৩ তাৰিখে তেওঁৰ প্ৰতিষ্ঠানত “চেলুট ত্ৰিৰংগা অসম প্ৰদেশৰ সন্মানীয় অধ্যক্ষ ANUP SINGHA ডাঙৰীয়াই আৰু বিতং ভাৱে আলোচনা কৰে।এই মহান কৰ্মযজ্ঞক সফল ভাৱে ৰূপায়ণ কৰিবলৈ Salute triranga অসম প্ৰদেশৰ সকলো সন্মানীয় সকলো বিষয়ববীয়া ও সদস্য তথা জিলাৰ সন্মানীয় সভাপতি তথা বিষয়ববীয়া সকলে ৰাজ্যিক অধ্যক্ষ মাননীয় Anup Singha সৈতে আলোচনা কৰি দায়বদ্ধতাৰে ৰাষ্ট্ৰৰ হিতৰ হকে দায়িত্ব পালন কৰিব বুলি আশাঁ‌ ও কামনা কৰিলোঁ।

এনে মানৱ সম্পদ গঢ়িবৰ বাবে স্থাপন কৰা শৈক্ষিক অনুষ্ঠানৰ প্ৰতি উত্তৰ পূৰ্ব্বাঞ্চলৰ সকলো স্তৰৰ জনসাধাৰণ তথা অভিভ সকলে উৎসাহ আৰু অনুপ্ৰেৰণা যোগাব বুলি “চেলুট ত্ৰিৰংগা”অসমৰ পৰিয়াল হৈ আমি আশাবাদী।

P&C

You might also like