Your Voice, Our Strength

এডভাণ্টেজ অসম ২.০ত অংশগ্ৰহণ কৰিব টাটা পাৱাৰৰ চিইঅ’ তথা এমডি ড° প্ৰবীৰ সিনহাই

 

দেশৰ শক্তি খণ্ডৰ অগ্ৰণী প্ৰতিষ্ঠান টাটা পাৱাৰে ২৫–২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত আয়োজিত এডভাণ্টেজ অসম ২.০ত চিইঅ’ তথা এমডি ড০ প্ৰবীৰ সিনহাই অংশগ্ৰহণ কৰাৰ কথা সদৰি কৰিবলৈ পাই অতিশয় আনন্দিত হৈছে।
বহনক্ষমতা আৰু উদ্ভাৱনৰ প্ৰতি থকা টাটা পাৱাৰৰ দায়বদ্ধতাই উদ্যোগটোৰ আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে, ইতিমধ্যে দেশৰ শক্তি খণ্ডৰ লক্ষ্যত যথেষ্ট বৰঙণি যোগাইছে।

P&C
You might also like