Your Voice, Our Strength

আপুনি উচ্চ ৰক্তচাপ,মগজুত তেজ গোটমৰা অস্হমা (asthma), দূৰ-দৃষ্টি ,কানৰ শব্দ (buzzing),গলা infection,বাহু/ডিঙি infection, টোপনি নহা (Insomnia) সমস্যাত ভূগিছে নেকি ? তেন্তে জিভাৰে কৰক এই কেইটা ব্যায়াম ……

আজিৰ খবৰ,১৮ জুলাই ; সাধাৰণতে পঞ্চাশ বছৰত ভৰি দিয়াৰ পাছত সকলোৱে কিবা নহয় কিবা ধৰণৰ শাৰীৰিক অসুস্থতা অনুভৱ কৰে৷ কিন্তু সকলোতকৈ বেচি চিন্তনীয় হ’ল: Alzheimer’s (মগজুৰ অস্থিৰতা); যাৰ ফলত আপুনি বা মই নিজৰ কোনো ধৰণৰ কাম কৰিবলৈ অপাৰগ হৈ পৰিয়ালৰ লোকৰ বাবে সমস্যাৰ কাৰণ হৈ পৰিম৷ কিন্তু আপোনাৰ মুখৰ জিভ খন থকালৈকে আপুনি আপোনাৰ শৰীৰৰ সকলো অস্থিৰতা দূৰ কৰিব পাৰে । কিন্তু কেনেকৈ কৰিব ? জিভাখনৰ এটা ব্যায়াম আছে । এই জিভাৰ ব্যায়াম কৰি Alzheimer’s ৰোগ প্ৰতিৰোধ কৰিব পাৰি আৰু বিভিন্ন ৰোগৰ উপশম/ আৰোগ্য লাভ কৰিব পাৰি: যেনে
১) শৰীৰৰ ওজন
২) উচ্চ ৰক্তচাপ
৩) মগজুত তেজ গোটমৰা
৪)অস্হমা (asthma)
৫) দূৰ-দৃষ্টি
৬) কানৰ শব্দ (buzzing)
৭)গলা infection
৮) বাহু/ডিঙি infection
৯) টোপনি নহা (Insomnia)
ইয়াক কৰিবলৈও অতি সহজ, শিকিবলৈও৷
ৰাতিপুৱা আইনাৰ সন্মুখত মুখ ধোওঁতে, তলত দিয়া ধৰণে কৰক:
জিভাখন বাহিৰলৈ জোৰদি উলিয়াই সোঁফালে আৰু বাওঁফালে দহবাৰকৈ ঘূৰাব লাগে৷ । এনেদৰে নিতৌ জিভাৰ এই ব্যায়ামটো কৰিলে কৰাৰ মগজুৰ সুস্থিৰতা বাঢ়ে ।
লগে লগে মনতো মুকলি হ’ল আৰু সজীৱতা অনুভৱ হ’ব৷ অন্য ভাল লক্ষণ সমূহ:
১) দূৰ দৃষ্টি
২) মুৰ ঘুৰণি নোহোৱা
৩)শৰীৰৰ সম্পূৰ্ণ সুস্থতা
৪) হজমী শক্তিৰ বৃদ্ধি
৫) পানীলগা(flu)কমা
শৰীৰৰ শক্তিবৃদ্ধি আৰু স্ফুৰ্তি৷
#টোকা
জিভাৰ ব্যায়ামে Alzheimer’s ৰ পৰা উপশম আৰু প্ৰতিৰোধ কৰে৷
মেডিকেল ৰিচাৰ্চ অনুসৰি জিভাখনৰ মগজুৰ লগত সম্পৰ্ক আছে৷ বয়সে যেতিয়া আমাক বুঢ়া কৰি দূৰ্বল কৰে, জিভাখন শিথিল হৈ নিজেই কামোৰ খোৱা যায়৷ জিভাখনৰ প্ৰায়ে কৰা ব্যায়ামৰ ফলত মগজুৰ সুস্থিৰতা বৃদ্ধি হৈ সুস্থ জীৱন যাপনত সুবিধা হয়৷সময়ো নষ্ট নহয় । পইচাও নালাগে । তেন্তে আজিৰ পৰা আৰম্ভ কৰক জিভাৰ ব্যায়াম ।

P&C
You might also like