Your Voice, Our Strength

টকিঅ’ অলিম্পিকলৈ মাত্ৰ কেইটামান মুহূৰ্ত ।

ভাৰতে কি কি খেলত অংশগ্ৰহণ কৰিব ? খেলৰ সময়সূচী জানি লওঁক.....

অলিম্পিকৰ ৩২ তম সংস্কৰণত ভাৰতীয় খেলুৱৈসকলৰ সম্পূৰ্ণ সময়সূচী:

 

আৰ্চাৰী (ARCHERY)

P&C

সকলো খেল পুৱা ৬ বজাৰ আৰম্ভ হ’ব-

 

২৬ জুলাই : পুৰুষৰ শিতানত (অতনু দাস, প্ৰবীণ যাদৱ আৰু তৰুণদীপ ৰায়)

 

২৭,২৮ আৰু ২৯ জুলাই : পুৰুষ আৰু মহিলাৰ একক শাখা (দীপিকা কুমাৰী, অতনু দাস, প্ৰবীণ যাদৱ আৰু তৰুণদীপ ৰায়)

 

৩০ জুলাই : মহিলা একক শাখাৰ কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল আৰু ফাইনেল

 

৩১ জুলাই : পুৰুষৰ শিতানৰ কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল আৰু ফাইনেল

 

এথলেটিকছ(ATHLETICS)

 

৩০ জুলাই : পুৰুষৰ ৩০০০ মিটাৰ ষ্টিপলচেজ হিটছ- পুৱা ৫.৪৭ (অবিনাশ চাবলে)

 

পুৰুষৰ ৪০০ মিটাৰ হাৰ্ডলেছ হিটছ – পুৱা ৭.২৫ বজাত (জাবিৰ এম পাল্লিয়ালিল)

 

মহিলাৰ ১০০ মিটাৰ হিটছ – বিয়লি ৩.১০ বজাত (দ্যুতি চান্দ)

 

৪x৪০০ মিটাৰ মিক্সড ৰিলে (হিট) – সন্ধিয়া ৫.৩০ (সাৰ্থক ভামব্ৰী, এলেক্স এণ্টনী, ৰেৱতী ভিৰামণি, সুভা ভেংকটেচন, ধনলক্ষ্মী শেখৰ)

 

৩১ জুলাই : মহিলা ডিচকাচ থ্ৰ’ কোৱালিফায়াৰ – পুৱা ৬ বজাত (কমলপ্ৰীত কৌৰ, সীমা পুণিয়া)

 

পুৰুষৰ লং জাম্প কোৱালিফায়াৰ- বিয়লি ৩.৪০ বজাত (মুৰলী শ্ৰীশংকৰ)

 

মহিলাৰ ১০০ মি: ছেমি ফাইনেল বিয়লি ৩.৪৫ বজাত (যদি দ্যুতি চান্দ কোৱালিফাই হয়)

 

৪x৪০০ মিক্সড ৰিলে সোণৰ পদকৰ বাবে খেল – সন্ধিয়া ৬.০৫ বজাত (যদি ভাৰতে যোগ্যতা অৰ্জন কৰে)

 

মহিলাৰ ১০০ মি: সোণৰ পদৰ বাবে খেল- সন্ধিয়া ৬:২০ বজাত (যদি দ্যুতি চান্দ কোৱালিফাই হয়)

 

২ আগষ্ট : পুৰুষৰ লং জাম্পৰ ফাইনেল- সন্ধিয়া ৬.৫০ বজাত (যদি ভাৰতে যোগ্যতা অৰ্জন কৰে)

 

মহিলাৰ ২০০ মিটাৰ হিটছ – পুৱা ৭ বজাত (দ্যুতি চান্দ)

 

মহিলাৰ ডিচকাচ থ্ৰ’ সোণৰ পদকৰ বাবে খেল- বিয়লি ৫.৩০ বজাত (যদি ভাৰতে যোগ্যতা অৰ্জন কৰে)

 

পুৰুষৰ ষ্টিপলচেজ সোণৰ পদকৰ বাবে খেল- বিয়লি ৫.৪৫ বজাত (যদি ভাৰতে যোগ্যতা অৰ্জন কৰে)

 

৩ আগষ্ট : মহিলাৰ জেভলিন থ্ৰ’ কোৱালিফায়াৰ-পুৱা ৫.৫০ বজাত (অন্নু ৰাণী)

 

পুৰুষৰ ৪০০ মিটাৰ হাৰ্ডলেছ সোণৰ পদকৰ বাবে খেল- পুৱা ৮.৫০ বজাত(যদি ভাৰতে যোগ্যতা অৰ্জন কৰে)

 

পুৰুষৰ শ্বটপুট কোৱালিফায়াৰ -সন্ধিয়া ৫.৪৫ বজাত (তাজিন্দৰ পাল সিং তুৰ)

 

মহিলা ২০০ মিটাৰ ফাইনেল- সন্ধিয়া ৬.২০ বজাত (যদি ভাৰতে যোগ্যতা অৰ্জন কৰে)

 

৪ আগষ্ট : পুৰুষৰ জেভলিন থ্ৰ’ কোৱালিফায়াৰ–সন্ধিয়া ৫.৩৫ বজাত (নীৰজ চোপ্ৰা)

 

৫ আগষ্ট : পুৰুষৰ শ্বট পুট, সোণৰ পদকৰ বাবে খেল– পুৱা ৭.৩৫ বজাত (যদি ভাৰতে যোগ্যতা অৰ্জন কৰে)

 

পুৰুষৰ ২০ কিল’মিটাৰ ৰেচ ৱাক, সোণৰ পদকৰ খেল– দিনৰ ১ বজাত (সন্দীপ কুমাৰ, ৰাহুল ৰোহিলা আৰু ইৰফান কোলোথুম থোডি)

 

৬ আগষ্ট : পুৰুষৰ ৫০ কিল’মিটাৰ ৰেচ ৱাক, সোণৰ পদকৰ খেল– পুৱতি নিশা ২ বজাৰ পৰা ৭.৩০ বজালৈ (গুৰপ্ৰীত সিং)

 

মহিলাৰ ২০ কিল’মিটাৰ ৰেচ ৱাক, সোণৰ পদকৰ খেল– দিনৰ ১ বজাত (প্ৰিয়ংকা গোস্বামী, ভাৱনা জাট)

 

মহিলাৰ জেভলিন থ্ৰ’, সোণৰ পদকৰ খেল- সন্ধিয়া ৫.২০ বজাত (যদি ভাৰতে যোগ্যতা অৰ্জন কৰে)

 

৭ আগষ্ট : পুৰুষৰ জেভলিন থ্ৰ’ ফাইনেল- সন্ধিয়া ৪.৩০ বজাত (যদি ভাৰতে যোগ্যতা অৰ্জন কৰে)

 

বেডমিণ্টন (BADMINTON)

 

৩০ জুলাই : পুৰুষৰ ছিংগলছ ৰাউণ্ড, ১৬ – পুৱা ৫.৩০ বজাত আৰু ১২ বজাত (বি চাই প্ৰণীত)

 

পুৰুষৰ দ্বৈত কোৱাৰ্টাৰ ফাইনেল – পুৱা ৫.৩০ বজাত (সাতৱিক্সাইৰাজ ৰাংকিৰেড্ডী / চিৰাগ চেট্টী)

 

মহিলাৰ একক ৰাউণ্ড, ১৬ – দিনৰ ১২ বজাত (পি ভি সিন্ধু)

 

৩১ জুলাই : পুৰুষৰ দ্বৈত ছেমি ফাইনেল – পুৱা ৫.৩০ বজাত (যদি ভাৰতে যোগ্যতা অৰ্জন কৰে)

 

মহিলাৰ একক কোৱাৰ্টাৰ ফাইনেল – বিয়লি ৩.৩০ বজাত (যদি ভাৰতে যোগ্যতা অৰ্জন কৰে)

 

১ আগষ্ট : পুৰুষৰ একক কোৱাৰ্টাৰ ফাইনেল – পুৱা ৯.৩০ বজাত (যদি ভাৰতে যোগ্যতা অৰ্জন কৰে)

 

মহিলা একক ছেমি ফাইনেল – সন্ধিয়া ৫ বজাত (যদি ভাৰতে যোগ্যতা অৰ্জন কৰে)

 

পুৰুষৰ দ্বৈত, ব্ৰঞ্জ পদকৰ খেল – সন্ধিয়া ৫ বজাত

 

২ আগষ্ট : পুৰুষৰ একক ছেমি ফাইনেল / মহিলাৰ একক ফাইনেল / পুৰুষৰ দ্বৈত ফাইনেল –পুৱা ১০.৩০ বজাত

 

পুৰুষৰ একক ফাইনেল – বিয়লি ৪.৩০ বজাত

 

বক্সিং(BOXING)

 

কেৱল প্ৰথম ৰাউণ্ডৰ সময়

 

২৪ জুলাই : মহিলাৰ ৱেল্টাৰ, RO-৩২ – পুৱা ৭.৩০ বজাত (লাভলিনা বৰগোঁহাই)

 

পুৰুষৰ ৱেল্টাৰ, RO-৩২–পুৱা ৯.৫৪ বজাত আৰু বিয়লি ৩.৪০ বজাত (বিকাশ কৃষ্ণ)

 

২৫ জুলাই : মহিলাৰ ফ্লাই, RO-৩২-পুৱা ৭.৩০ বজাত আৰু দুপৰীয়া ১.৩০ বজাত (মেৰীকম)

 

মহিলাৰ মিডল,RO-৩২-পুৱা ৮.৩০ বজাত (পূজা ৰাণী)

 

পুৰুষ লাইট, RO-৩২-পুৱা ৮.৪৮ বজাত আৰু ২.৪৮ বজাত (মনীষ কৌশিক)

 

২৬ জুলাই : পুৰুষৰ ফ্লাই, RO-৩২-পুৱা ৭.৩০ বজাত আৰু দুপৰীয়া ১.৩০ বজাত (অমিত পাংঘাল)

 

পুৰুষৰ মিডল, RO-৩২-পুৱা ৯.০৬ বজাত আৰু ৩.০৬ বজাত (আশীষ কুমাৰ)

 

২৭ জুলাই : মহিলাৰ লাইট, RO-৩২–বিয়লি ৩.৩০ বজাত (চিমৰণজিৎ কৌৰ)

 

২৯ জুলাই : পুৰুষৰ চুপাৰ হেভী, RO-১৬- পুৱা ৮.৩০ বজাত আৰু বিয়লি ২.৩০ বজাত (সতীশ কুমাৰ)

 

অশ্বাৰোহী – ফুৱাদ মিৰ্জা এই খেলৰ একমাত্ৰ ভাৰতীয়

 

২৪ আৰু ২৫ জুলাই : ড্ৰেছেজ – দুপৰীয়া ১.৩০ বজাত

 

২৮ জুলাই : ড্ৰেছেজ ফাইনেল – দিনৰ ২ বজাত

 

৩০,৩১ জুলাই : ইভেণ্টিং- পুৱা ৫ বজাত আৰু দিনৰ ২ বজাত

 

১ আগষ্ট : ইভেণ্টিং ক্ৰছ কাণ্ট্ৰী- পুৱা ৪.১৫ বজাত

 

২ আগষ্ট : ইভেণ্টিং কোৱালিফায়াৰ–বিয়লি ১.৩০ বজাত, ইভেণ্টিং ফাইনেল – সন্ধিয়া ৭.১৫ বজাত

 

৩ আগষ্ট : জাম্পিং কোৱালিফায়াৰ –বিয়লি ৩.৩০ বজাত

 

 

৪ আগষ্ট : জাম্পিং ফাইনেল –বিয়লি ৩.৩০ বজাত

ফেন্সিং(FENCING)

২৬ জুলাই : মহিলা চাব্ৰে (একেদিনাই সকলো ৰাউণ্ড) – পুৱা ৫.৩০ বজাৰ পৰা সন্ধিয়া ৫.১৫ বজালৈ (চি এ ভৱানী দেৱী)

 

ফিল্ড হকী (FIELD HOCKEY)

 

পুৰুষৰ দলৰ খেলসমূহ

 

২৪ জুলাই : ভাৰত বনাম নিউজিলেণ্ড – পুৱা ৬.৩০ বজাত

 

২৫ জুলাই : ভাৰত বনাম অষ্ট্ৰেলিয়া – আবেলি ৩ বজাত

 

২৭ জুলাই : ভাৰত বনাম স্পেইন – পুৱা ৬.৩০ বজাত

 

২৯ জুলাই : ভাৰত বনাম আৰ্জেণ্টিনা – পুৱা ৬ বজাত

 

৩০ জুলাই : ভাৰত বনাম জাপান –বিয়লি ৩ বজাত

 

মহিলা দলৰ খেলসমূহ

 

২৪ জুলাই : ভাৰত বনাম নেডাৰলেণ্ড – সন্ধিয়া ৫.১৫ বজাত

 

২৬ জুলাই : ভাৰত বনাম জাৰ্মানী – সন্ধিয়া ৫.৪৫ বজাত

 

২৮ জুলাই : ভাৰত বনাম গ্ৰেট ব্ৰিটেইন – পুৱা ৬.৩০ বজাত

 

৩০ জুলাই : ভাৰত বনাম আয়াৰলেণ্ড – পুৱা ৮.১৫ বজাত

 

৩১ জুলাই : ভাৰত বনাম দক্ষিণ আফ্ৰিকা – পুৱা ৮.৪৫ বজাত

 

গল্ফ (GOLF)

 

২৯,৩০ আৰু ৩১ জুলাই : পুৰুষৰ একক – পুৱা ৪ বজাত (অনিৰ্বাণ লাহিড়ী, উদয়ন মানে)

 

১ আগষ্ট : পুৰুষৰ একক, সোণৰ পদক ৰাউণ্ড

 

৪,৫ আৰু ৬ আগষ্ট: মহিলাৰ একক – পুৱা ৪ বজাত (অদিতি অশোক)

 

৭ আগষ্ট : মহিলাৰ একক, সোণৰ পদক ৰাউণ্ড

 

আৰ্টিষ্টিক জিমনাষ্টিক (ARTISTIC GYMNASTICS)

 

২৫ জুলাই : মহিলাৰ কোৱালিফায়াৰ – পুৱা ৬.৩০ বজাৰ পৰা ৪.৪৫ বজালৈ (প্ৰাণতি নায়ক)

 

২৯ জুলাই : মহিলাৰ অল ৰাউণ্ড ফাইনেল – আবেলি ৪.২০ বজাত

 

জুডো(JUDO)

 

 

২৪ জুলাই : মহিলাৰ ৪৮ কিল’গ্ৰাম শাখা (ফাইনেলসহ সকলো ৰাউণ্ড) – পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ (শুচিলা লিক্মাবাম)

 

ৰয়িং (ROWING)

 

কেৱল এটা শিতানত ভাৰতে অংশগ্ৰহণ কৰিব

 

২৪ জুলাই : পুৰুষৰ লাইটৱেট ডাবল স্কালচ হিটছ – পুৱা ৭.৫০ বজাত (অৰ্জুন লাল আৰু অৰবিন্দ সিং)

 

২৫ জুলাই : পুৰুষৰ লাইটৱেট ডাবল স্কালচ ৰিপেচেজ – পুৱা ৬.৩০ বজাত

 

২৭ জুলাই : ছেমি ফাইনেল – পুৱা ৭.৪৮ বজাত

 

২৯ জুলাই : ফাইনেল – পুৱা ৬.২০ বজাত

 

চেইলিং(SAILING)

 

২৪ জুলাই : পুৰুষৰ লেজাৰ (ৰেচ ১ আৰু ২) – পুৱা ১১.০৫ বজাত (বিষ্ণু সৰ্বনান)

 

২৫ জুলাই : পুৰুষৰ লেজাৰ (ৰেচ ৩ আৰু ৪) – পুৱা ৮.৩৫ বজাত

 

২৫ জুলাই : মহিলাৰ লেজাৰ ৰেডিয়াল (ৰেচ ১, ২) – পুৱা ৮.৩৫ বজাত (নেত্ৰা কুমানান)

 

২৬ জুলাই : পুৰুষৰ লেজাৰ (ৰেচ ৫ আৰু ৬) – পুৱা ৮.৩৫ বজাত

 

২৬ জুলাই : মহিলাৰ লেজাৰ ৰেডিয়াল (ৰেচ ৩, ৪) – পুৱা ১১.০৫ বজাত

 

২৭ জুলাই : মহিলাৰ লেজাৰ ৰেডিয়াল (ৰেচ ৫ আৰু ৬) – পুৱা ৮.৩৫ বজাত

 

২৭ জুলাই : পুৰুষৰ ৪৯ ইআৰ (ৰেচ ১, ২, ৩) – পুৱা ১১.২০ বজাত (কে চি গণপতি, বৰুণ ঠাক্কৰ)

 

২৮ জুলাই : পুৰুষৰ ৪৯ ইআৰ (ৰেচ ৪, ৫, ৬) – পুৱা ৮.৩৫ বজাত

 

২৯ জুলাই : পুৰুষৰ লেজাৰ (ৰেচ ৭ আৰু ৮) – পুৱা ৮.৩৫ বজাত

 

২৯ জুলাই : মহিলাৰ লেজাৰ ৰেডিয়াল (ৰেচ ৭, ৮) – পুৱা ৮.৪৫ বজাত

 

৩০ জুলাই : মহিলাৰ লেজাৰ ৰেডিয়াল (ৰেচ ৯, ১০) – পুৱা ৮.৩৫ বজাত

 

৩০ জুলাই : পুৰুষৰ ৪৯ ইআৰ (ৰেচ ৭, ৮, ৯) – পুৱা ৮.৩৫ বজাত

 

৩১ জুলাই : পুৰুষৰ ৪৯ ইআৰ (ৰেচ ১০, ১১, ১২) – পুৱা ৮.৩৫ বজাত

 

১ আগষ্ট : পুৰুষৰ লেজাৰ সোণৰ পদকৰ খেল – পুৱা ১১.০৩ বজাত

 

১ আগষ্ট : মহিলাৰ লেজাৰ সোণৰ পদকৰ খেল – দিনৰ ১২.০৩ বজাত

 

২ আগষ্ট : পুৰুষৰ ৪৯ ইআৰ পদকৰ খেল – দিনৰ ১২.০৩ বজাত

 

শ্বুটিং(SHOOTING)

 

২৪ জুলাই : মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল কোৱালিফায়াৰ (পুৱা ৫ বজাত) আৰু ফাইনেল (পুৱা ৭.১৫ বজাত) – অপূৰ্বী চান্দেলা, ইলাভেনিল ভালাৰিভান

 

পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল কোৱালিফায়াৰ (পুৱা ৯.৩০ বজাত) আৰু ফাইনেল (পুৱা ১১.১৫ বজাত) – সৌৰভ চৌধুৰী, অভিষেক বাৰ্মা

 

২৫ জুলাই : মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল কোৱালিফায়াৰ (পুৱা ৫.৩০ বজাত) আৰু ফাইনেল (পুৱা ৭.৪৫ বজাত) – মনু ভাকাৰ, যশস্বিনী দেশৱাল

 

পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল কোৱালিফায়াৰ (ৰাতিপুৱা ৯.৩০ বজাত) আৰু ফাইনেল ( ১২ বজাত) – দীপক কুমাৰ, দিব্যান্স সিং পানৱাৰ

 

২৬ জুলাই : পুৰুষৰ স্কীট কোৱালিফায়াৰ (পুৱা ৬.৩০ বজাত) আৰু ফাইনেল (দুপৰীয়া ১২.২০ বজাত) – অংগদ বাজৱা, মাইৰাজ আহমেদ খান

 

২৭ জুলাই : ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড কোৱালিফায়াৰ (পুৱা ৫.৩০ বজাত) আৰু পদকৰ খেল (পুৱা ৭.৩০ বজাত) – সৌৰভ চৌধুৰী আৰু মনু ভাকাৰ, অভিষেক বাৰ্মা আৰু যশস্বিনী দেশৱাল

 

১০ মিটাৰ এয়াৰ ৰাইফল মিশ্ৰিত দলৰ কোৱালিফায়াৰ (পুৱা ৯.৪৫ বজাত) আৰু পদকৰ খেল (পুৱা ১১.৪৫ বজাত) – দীপক কুমাৰ আৰু অঞ্জুম মৌডগিল, দিব্যান্স সিং পানৱাৰ আৰু এলাভেনিল ভালাৰিভান

 

৩০ জুলাই : মহিলাৰ ২৫ মিটাৰ পিষ্টল কোৱালিফায়াৰ (পুৱা ৫.৩০ বজাত) আৰু ফাইনেল (পুৱা ১১.২০ বজাত) – মনু ভাকাৰ, ৰাহি চাৰ্নোবাট

 

৩১ জুলাই : মহিলাৰ ৫০ মিটাৰ ৰাইফল ৩ পদকৰ কোৱালিফায়াৰ (পুৱা ৮.৩০ বজাত) আৰু ফাইনেল (দুপৰীয়া ১২.৩০ বজাত) – অঞ্জুম মৌডগিল, তেজস্বিনী সাৱন্ত

 

২ আগষ্ট : পুৰুষৰ ৫০ মিটাৰ ৰাইফল ৩ পদকৰ কোৱালিফায়াৰ (পুৱা ৮ বজাত) আৰু ফাইনেল (দুপৰীয়া ১.২০ বজাত) – সঞ্জীৱ ৰাজপুত, আইশ্বৰী তোমাৰ

 

সাঁতোৰ(SWIMMING)

 

(কেৱল হিটছৰ সময়)

 

২৫ জুলাই : মহিলাৰ ১০০ মিটাৰ বেকষ্ট্ৰোক– আবেলি ৩.৩০ বজাত (মানা পেটেল)

 

পুৰুষৰ ১০০ মিটাৰ বেকষ্ট্ৰোক– আবেলি ৪.৫০ বজাত (শ্ৰীহৰি নটৰাজ)

 

২৬ জুলাই : পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাই – আবেলি ৪ বজা (সজন প্ৰকাশ)

 

টেবুল টেনিছ (TABLE TENNIS)

 

(কেৱল প্ৰথম ৰাউণ্ডৰ সময় )

 

২৪ জুলাই : পুৰুষ আৰু মহিলাৰ একক প্ৰাৰম্ভিক – পুৱা ৫.৩০ বজাত (শৰৎ কমল, জি সাথিয়ান, মণিকা বাত্ৰা, সুতীৰ্থ মুখাৰ্জী) । দুটা পৃথক শাখাৰ ৰাউণ্ড ১ – পুৱা ৯.৪৫ বজাত আৰু ৪ বজাত

 

মিক্সড ডাবলছ RO-১৬ – পুৱা ৭.৪৫ বজাত (শৰৎ কমল/মণিকা বাত্ৰা)

 

 

টেনিছ(TENNIS) – খেলৰ সূচী সন্ধিয়া খেলৰ পূৰ্বে ঘোষণা কৰা হ’ব

 

ভাৰোত্তোলন(WEIGHTLIFTING)

 

২৪ জুলাই : মহিলাৰ ৪৯ কিগ্ৰা – পুৱা ৬:২০ বজাত, ফাইনেল পুৱা ১০.২০ বজাত (মীৰাবাই চানু)

 

কুস্তি(WRESTLING) – সময় এতিয়াও নিশ্চিত হোৱা নাই

You might also like