Your Voice, Our Strength

আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত অসম মহিলা পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা।

আজিৰ খবৰ, গুৱাহাটী, ৯ ডিচেম্বৰ : আজি আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত অসম মহিলা পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা ।

 

অনাগত দিনত দলটোক শক্তিশালী কৰিবলৈ পৰিষদৰ সকলো কৰ্মকৰ্তাকে সমৰ্পিত মনোভাবেৰে কাম কৰি যাবলৈ আহ্বান জনায় অগপ সভাপতি অতুল বৰাই । মন্ত্ৰী তথা অগপ সভাপতি অতুল বৰা আশাবাদী যে – মহিলা শক্তিয়ে দলটোক ন-ৰূপত উজ্জীৱিত কৰি তুলিব।

 

P&C

অসম মহিলা পৰিষদৰ সভানেত্ৰী বৰোদা কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত দলৰ জ্যেষ্ঠ নেতাসকল, ভাতৃ-ভগ্নী সংগঠনসমূহৰ বিষয়ববীয়াসকল আৰু কৰ্মকৰ্তাসকল উপস্থিত থাকে।

You might also like