Your Voice, Our Strength

বগীবিলত মুকলি ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ কাঠৰ উপঙা নৌকা ৰেষ্টোৰাঁ : হাৰ্টথ্ৰৱ জুবিন গাৰ্গে উদ্বোধন কৰিলে কাঞ্চনজংঘা 2.0

🔹ডিব্ৰুগড়ত ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ কাঠৰ উপঙা নৌকা ৰেষ্টোৰাঁ কাঞ্চনজংঘা 2.0।যাৰ জৰিয়তে পৰ্যটকসকলে মহাবাহু ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে।

🔹সোমবাৰে ডিব্ৰুগড়ৰ বগীবিলত মুকলি কৰে এই ৰেস্তোৰাঁখন।যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে উদ্বোধন কৰিলে কাঞ্চনজংঘা 2.0।

P&C

🔹কাঞ্চনজংঘা 2.0 শুভ উদ্বোধন কৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য নৌকা জৰিয়তে উপভোগ কৰিলে জুবিন গাৰ্গে।

🔹উল্লেখযোগ্য যে,জুবিন গাৰ্গৰ চিনেমা কাঞ্চনজংঘা নামেৰে নামকৰণ কৰা এই নৌকা সেৱা বিগত বৰ্ষৰ জুবিন গাৰ্গে মুকলি কৰিছিল।

🔹নদী পৰ্যটন উন্নয়ন কৰাৰ পৰিকল্পনা লৈ ডিব্ৰুগড়ৰ সমাজকৰ্মী গৌতম বৰদলৈয়ে আৰম্ভ কৰিছিল বগীবিলত কাঞ্চনজংঘা নামেৰে এই অত্যাধুনিক নৌকা সেৱা।

You might also like