Your Voice, Our Strength

পৰী কলিতাৰ নেতৃত্বত উজান বজাৰত ৫ দিনীয়া বিহু কৰ্মশালা

আজিৰ খবৰ ,গুৱাহাটী ৩এপ্ৰিল : বিহু কুঁৱৰী পৰী কলিতাৰ নেতৃত্বত উজান বজাৰত ৫ দিনীয়া বিহু কৰ্মশালা । ২৪ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ
এই বিহু কৰ্মশালাৰ অনুষ্ঠিত কৰা হয় । ৫দিনীয়া কৰ্মশালাত বিহু কুঁৱৰী পৰী কলিতাৰ লগতে তেওঁ ৰ সহযোগী সকলে কন কন শিশু সকলক বিহু নৃত্যৰ লগতে বাপতি সাহোন ৰঙালী বিহুৰ বিষয়েও শিকায়। মুঠ ৩০ গৰাকী অংশগ্রহণকাৰীয়ে যোগদান কৰিছিল আৰু শেষৰ দিনটোত একো একোখন মান পএৰে কন কন শিশু সকলক উৎসাহিত কৰে৷।

You might also like