- মহাভাৰতৰ পঞ্চপাণ্ডৱৰ নাম সকলোয়ে জানে কিন্তু কৌৰৱৰ এশজন পুত্ৰৰ নাম জানেনে ?
আজিৰ খবৰ ,গুৱাহাটী, ১৫ জুন : মহাভাৰতৰ পঞ্চপাণ্ডৱৰ পাঁচজন ভাই ককাই নাম হৈছে –
(1) যুধিষ্ঠিৰ (2) ভীম (3) অৰ্জুন (4) নকুল (5) সহদেৱ
এই পাঁচপাণ্ডৱৰ যুধিষ্ঠিৰ, ভীম আৰু অৰ্জুন আছিল কুন্তীৰ পুত্ৰ৷ আনহাতে নকুল আৰু সহদেৱৰ মাক আছিল মাদ্ৰী৷
মহাবলী কৰ্ণ কুন্তীৰ পুত্ৰ আছিল যদিও তেওঁক পঞ্চপাণ্ডৱৰ ভিতৰত ধৰা নহয়৷
আনহাতে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ এশজন পুত্ৰ আৰু এগৰাকী জীয়ৰী আছিল৷ কৌৰৱ বুলি সুখ্যাত তেওঁলোকৰ নামবোৰ হ’ল:-
1. দুৰ্যোধন 2. দুঃশাসন 3. দুঃসহ
4. দুঃশল 5.জলসংঘ 6. সম
7. সহ 8. বিন্দ 9. অনুবিন্দ
10.দুৰ্ধৰ্ষ 11. সুবাহু 12. দুস্প্ৰধৰ্ষণ
13.দুমৰ্ষণ 14. দুৰ্মুখ 15. দুস্কৰ্ণ
16.বিকৰ্ণ 17. শল 18. সতৱান
19. সুলোচন 20. চিত্ৰ 21. উপচিত্ৰ
22. চিত্ৰাক্ষ 23. চাৰুচিত্ৰ 24. শৰাসন
25. দুৰ্মদ 26. দুৰ্বিগাহ 27. বিভিৎসু
28.বিকটানন্দ 29. ঊৰ্ণানভ 30. সুনাভ
31.নন্দ 32. উপনন্দ 33. চিত্ৰবান
34. চিত্ৰবৰ্মা 35. সুবৰ্মা 36. দুৰ্বিমোচন
37.আয়ুবাহু 38. মহাবাহু 39. চিত্ৰাংগ
40. চিত্ৰকুণ্ডল 41. ভীমবেগ 42. ভীমবল
43. বালাকী 44. বলবৰ্দ্ধন 45. উগ্ৰায়ুধ
46. সুষেণ 47. কুণ্ডধৰ 48. মহোধৰ
49. চিত্ৰায়ুধ 50. নিষংগী 51. পাশী
52. বৃন্দাৰক 53. দৃঢ়বৰ্মা 54. দৃঢ়ক্ষেত্ৰ
55.সোমকীৰ্তি 56.অনুদৰ 57. দৰসন্ধ
58.জৰাসন্ধ 59. সত্যসন্ধ 60. সদসুবাক
61.উগ্ৰশ্ৰবা 62. উগ্ৰসেন 63. সেনানী
64. দুষ্পৰাজয় 65. অপৰাজিত
66. কুণ্ডশায়ী 67. বিশালাক্ষ
68. দুৰাধৰ 69. দৃঢ়হস্ত 70. সুহস্ত
71.বাতবেগ 72. সুবৰ্চ 73.আদিত্যকেতু
74.বহ্মাশী 75. নাগদত্ত76. উগ্ৰশায়ী
77. কৱচী 78. ক্ৰথন 79. কুণ্ডী
80. ভীমবিক্ৰ 81. ধনুৰ্ধৰ 82. বীৰবাহু
83. অলৌলুপ 84. অভয় 85. দৃঢ়কৰ্মা
86. দৃঢ়ৰথাশ্ৰয় 87. অনাধৃশ্য
88.কুণ্ডভেদী 89. বিৰৱি
90. চিত্ৰকুণ্ডল 91. প্ৰধম
92. অমাপ্ৰমাথি 93. দীৰ্ঘৰৌমা
94. সুবীৰ্য্যবান 95. দীৰ্ঘবাহু
96. সুজাত 97. কনকধ্বজ
98. কুণ্ডাশী 99. বিৰজ
100. যুযুৎসু
ইয়াৰ বাদেও কৌৰৱৰ এশ ভাতৃৰ এগৰাকী ভনীয়েক আছিল৷ তেওঁৰ নাম হ’ল “দুশলা”৷ তেওঁৰ “জয়দ্ৰথ”ৰ সৈতে বিবাহ হৈছিল৷