আজিৰ খবৰ, যোৰহাট, ১৫ জুলাই :- যোৰহাট জিলাত অব্যাহত থাকিব লকডাউন প্ৰক্ৰিয়া
২৪ ঘণ্টাই জিলাখনত থাকিব কাৰ্ফিউ
তাৰ মাজতে প্ৰশাসনৰ কিছু শিথিলতা
কালিলৈ পৰা পূৱা ৫.০০ বজাৰ পৰা দিনৰ ১২.০০ বজালৈকে খোলাথাকিব গেলামালৰ পাইকাৰী প্ৰতিষ্ঠান ,কেৱল বিক্ৰী কৰিব পাৰিব আলু আৰু পিয়াজ
নগৰ পাইকাৰী প্ৰতিষ্ঠান সমুহে নিৰ্ধাৰণ কৰি দিয়া গ্ৰামাঞ্চল দোকান সমুহে আহিব পাৰিব সামগ্ৰী ক্ৰয় কৰিবলৈ
গ্ৰাম্যঅঞ্চলৰ গেলামালৰ দোকান দিনৰ ২.০০ বজালৈকে খুলিব পাৰিব
সুলভ মুল্য দোকান সমুহ দিনৰ ২বজালৈ খোলা ৰাখিব পাৰিব
জৰুৰীকালীন সেৱা সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰী নিশা ৮বজাৰ পৰা ১১বজালৈ unload কৰিব পাৰিব
ৰেলৱে খাদ্য সামগ্ৰী ৰেক সমূহ ক্ষেত্ৰত শিথিলতা প্ৰদান
ই-কৰ্মাচ যি সমুহ জৰুৰীকালীন সেইসমুহক ৰেহাই দিয়া হৈছে
কোভিড ৰ সংক্ৰমণ প্ৰতি লক্ষ্য ৰাখি ক্ৰমান্বয়ে শিথিলতা আহিব জিলাখনত
আগৰ দৰে কঠোৰ হৈ থাকিব আৰক্ষী আৰু জিলা প্ৰশাসন