আগন্তুক ৫ দিনত ৰাজ্যত প্ৰচুৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা

আজিৰ খবৰ, গুৱাহাটী, ১০ আগষ্ট: যি সময়ত ৰাজ্যৰ বিভিন্ন ঠাইত বৰষুণৰ অভাৱত খেতি পথাৰৰত চিৰাল ফাঁট দিছে তেনে সময়তে বতৰ বিজ্ঞানে দিছে বতৰৰ আগজাননী । বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ খবৰ অনুসৰি আগন্তক ৫ দিনৰ ভিতৰতে

ৰাজ্যত প্ৰচুৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ।

১৪ আগষ্টলৈ অসমৰ কিছু কিছু ঠাইত পাতলীয়া বৰষুণৰ লগতে ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা আছে ।

তদুপৰি ৪-৫ দিনৰ ভিতৰত পূব উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগত ধাৰাসাৰ বৰষুণৰ সৈতে বান পৰিস্থিতি অব্যাহত থকাৰ সম্ভাৱনা আছে।খৰাং পীড়িত অঞ্চলৰ লগতে প্ৰখৰ গৰমত ছাটিফুটি কৰি থকা ৰাইজে কিছু পৰিমানে হলেও পৰা সকাহ পাব

বেংগল সাগৰত উৎপত্তি হোৱা সামান্য ধুমুহাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত এইকেইদিন প্ৰচুৰ পৰিমাণে বৰষুণৰ সম্ভাৱনা কথা সদৰি কৰে বতৰ বিজ্ঞান কেন্দ্ৰই ।

Aaj TakABP NewsAjanta NeogAmit ShahArjun MundaAryan TVAshok SinghalAssam TalksAtul BoraAzir KhoborBimal BoraChandra Mohan PatowaryCMO ASSAMCNBC AwaazCNBC TV18CNN-News18DD NewsDharmendra PradhanDilli Aaj TakDY 365ET NowGajendra Singh ShekhawatGiriraj SinghGuwahati timesHarsh VardhanHimanta biswa SarmaIndia AheadIndia NewsIndia TodayIndia TVIshan newsJanta TVJitendra SinghJogen MohanKeshab MahantaKhabar BhartiKiren RijijuLive IndiaLok Sabha TVMirror NowMukhtar Abbas NaqviNarendra ModiNarendra Singh TomarND24NDTV 24x7NDTV IndiaNDTV ProfitNews 24news liveNews NationNews Nation AssamNews Time AssamNews World IndiaNews18 Assam-North EastNews18 IndiaNews9NewsXNirmala SitharamanNitin GadkariNKTVParimal SuklabaidyaPijush HazarikaPiyush GoyalPMO INDIAPrag newsPrakash JavdekarPratidin TimePresident of IndiaR9 TVRajnath SinghRajya Sabha TVRam Nath KovindRamdas AthawaleRamesh PokhriyalRameswar TeliRanjeet Kumar DasRanoj PeguRavi Shankar PrasadRepublic BharatREPUBLIC TVSamaySanjoy KishanSarbananda sonowalSmriti IraniSudarshan NewsTez TVThawar Chand GehlotThe Guwahati Timesthe quintThe WireTIME8Times NowTiranga TVToday NewsTotal TVTV9 BharatvarshUrkhao Gwra BrahmaVIP NewsWIONZee BusinessZee HindustanZEE NEWS
Comments (0)
Add Comment