ইন্ডিয়ান অইল (Indian Oil) এ অডি ৰাজ্যিক কাৰ্যালয়ত সাক্ষম ২০২৩ বিদায়ী কাৰ্যসূচী

নিউজ ডেস্ক গুৱাহাটী,১০মে’ ২০২৩: আজি সাক্ষম ২০২৩ ভেলেডিক্টৰী কাৰ্যসূচীত এছ এল চি অসমক প্ৰতিনিধিত্ব কৰা ইণ্ডিয়ান অইল এ অ’ ডি ৰাজ্যিক কাৰ্যালয়ৰ চি জি এম (এল পি জি) শ্ৰীযুত দীনেশ প্ৰসাদ বিদ্যাৰ্থীৰ সভাপতিত্বত অনুষ্ঠিত হয় আৰু এই উপলক্ষে তেওঁৰ বহুমূলীয়া ভাষণ প্ৰদান কৰে।
হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেডৰ ছিনিয়ৰ ডিপো মেনেজাৰ ৰাহুল কুমাৰ সিং আৰু শ্ৰীযুত মায়ংক শৰ্মা,ভাৰত পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেডৰ টেৰিটৰী মেনেজাৰ (লুব্ৰিকেণ্টছ)ক ভাৰত চৰকাৰৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতিৰ বাবে ধন্যবাদ জনাইছো। অনুষ্ঠানৰ আৰম্ভণিতে ইণ্ডিয়ান অইল এ অ’ ডি ৰাজ্যিক কাৰ্যালয়ৰ ডি জি এম (লুবছ-ডাইৰেক্ট চেলছ) শ্ৰীযুত সুচিব্ৰত শৰ্মা ডাঙৰীয়াই আদৰণি ভাষণ প্ৰদান কৰে। ইয়াৰ পিছত বিভিন্ন অনুষ্ঠানৰ বাবে পুৰস্কাৰ বিতৰণ কৰা হয় যিবোৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয়। আনুষ্ঠানিকভাৱে ধন্যবাদৰ ভোটেৰে কাৰ্যসূচীৰ অন্ত পৰে।

Comments (0)
Add Comment