নিউজ ডেস্ক আজিৰ খবৰ ১৯ ডিচেম্বৰ,
দেখা গৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰ্তব্যৰত সাংবাদিকসকলে নিয়মিতভাৱে এনে কাণ্ডৰ বলি হৈ আহিছে।
আজি তিতাবৰৰ গ্ৰাম্য সাংবাদিক সকলে কলা বেজ পৰিধানেৰে প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষী প্ৰশাসনক এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নকৰিবলৈ আহ্বান জনাইছে। কৰ্তব্যৰত অৱস্থাত সাংবাদিকক বাৰে বাৰে কৰা আক্ৰমণৰ প্ৰতিবাদ স্বৰূপে গ্ৰাম্য সাংবাদিক সন্থাৰ কাৰ্যালয়ত উপস্থিত হৈ সকলো সংবাদ কৰ্মীক ক’লা বেজ পৰিধান কৰি গৰিহণা দিয়ে ।