Your Voice, Our Strength

চামগুৰিৰ সাংবাদিক দিগন্ত ভূঞাৰ অকাল মৃত্যু

চামগুৰিৰ এগৰাকী সৎ ,নিষ্ঠাবান, নিৰ্ভীক আৰু নিৰপেক্ষ সাংবাদিক দিগন্ত ভূঞাৰ আজি পুৱা অকাল মৃত্যু হোৱাত শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোতে।আজি পুৱা প্ৰায় ৭-৩০ মান বজাত সাংবাদিক দিগন্ত ভূঞায়ে বাসগৃহত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ৷বিয়োগ

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামত বিসংগতি, বখলা বখলে এৰাইছে পথ

যোৰহাট বাইপাচৰ পৰা টীয়কৰ জাঁজীলৈকে লিংক্কন এণ্ড ডিগনিটি ইনফ্ৰা প্ৰজেক্ট নামৰ এটা নিৰ্মাণ সংস্থাক ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামত নিয়োজিত কৰিছিল । জি ডি চি এল নামৰ এটা নিৰ্মাণ সংস্থাৰ পৰা উপ ঠিকা লাভ কৰা লিংক্কন নামৰ প্ৰতিষ্ঠানটোৰ

চিকিৎসকক আক্ৰমণ: বিশ্বনাথত চিকিৎসক-চিকিৎসাকৰ্মীৰ কৰ্মবিৰতি পালন

লংকাত কৰ্মৰত চিকিৎসকক আক্ৰমণ কৰাৰ প্ৰতিবাদ জনাই আজি বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত চিকিৎসক, স্বাস্থ্য কৰ্মীৰ কৰ্মবিৰতি পালন কৰিছে। লংকাৰ উদালীত চিকিৎসক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত এই কৰ্মবিৰতি পালন কৰিছে।কেৱল জৰুৰীকালীন সেৱা সমূহৰ

ভাৰত-ভূটান সীমান্তত তামুলপুৰ আৰক্ষীৰ অভিযান,নিচাযুক্ত টেবলেটসহ এজনক আটক

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত তামুলপুৰ আৰক্ষীয়েঅভিযান চলাই নিচাযুক্ত টেবলেট সহ এজনক আটক কৰে। ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাৰ শশীপুৰত তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন কলিতা আৰু দৰঙামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী

শিৱসাগৰত আপাৰ আসাম আণ্ডাৰ এ এছ টি চি প্ৰাইভেট বাছ ৱৰ্কাছ ইউনিয়নৰ ধৰ্ণা কাৰ্যসূচী

সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ আহ্বান ক্ৰমে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি শিৱসাগৰত আপাৰ আসাম আণ্ডাৰ এ এছ টি চি প্ৰাইভেট বাছ ৱৰ্কাছ ইউনিয়নৰ সদস্য সকলে পৰিষদৰ বিভিন্ন দাবীৰ সমৰ্থনত ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰে । দেশৰ প্ৰধান চালিকা

কৰ’না পৰিস্থিতিৰ মাজতে কৰ্মহীনতাৰ ভয়ংকৰ ছবি; এপ্ৰিলত কাম হেৰুৱাইছে ৭৫লাখ ভাৰতীয়ই

অসুস্থ দেশ। ইয়াৰ মাজতে জীৱন আৰু জীৱিকালৈ নামি আহিছে ভয়ংকৰ বিপদ। চেন্টাৰ ফ’ৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি-ৰ প্ৰতিবেদন অনুসৰি যোৱা মাৰ্চৰ তুলনাত দেশত মুঠ বেতনভোগী কৰ্মচাৰীৰ সংখ্যা বহুখিনি হ্ৰাস পাইছে। এপ্ৰিল মাহত কোভিড-১৯ৰ বাবে ৭৫লাখ লোকে

ফেচবুকৰ বন্ধুত্বই কাল হ’ল অসমৰ এজন লোকৰ বাবে,আদালতে বিহিলে যাবজ্জীৱন কাৰাদণ্ড

ছ’চিয়েল মিডিয়াৰ অন্যতম মাধ্যম ফেচবুকে বহুতৰে জীৱনলৈ কাল অমানিশা নমাই আনিছে। ফেচবুকৰ জৰিয়তে হোৱা বন্ধুত্বৰ বাবেই অসমৰ এজন লোকে এতিয়া কাৰাগাৰৰ বন্ধ কুঠৰীত জীৱন পাৰ কৰিবলগীয়া হ’ব। অসমৰ কৰিমগঞ্জৰ বাসিন্দা বাবলু শুক্লবৈদ্য।২০১৯ চনত

কেন্দ্ৰীয় চৰকাৰে IDBI বেংকক বিক্ৰী কৰিবলৈ দিলে অনুমতি: সোনকালে বেংকৰ অংশীদাৰীত্ব বিক্ৰী কৰা হ’ব

এই বছৰৰ বাজেটত কৰা ঘোষণা অনুসৰি IDBI বেংকৰ অংশীদাৰীত্ব বিক্ৰী কৰাৰ সিদ্ধান্তৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে। বৰ্তমান সময়ত IDBI বেংকত কেন্দ্ৰীয় চৰকাৰ আৰু LIC ৰ ৯৪ শতাংশতকৈ অধিক অংশীদাৰীত্ব আছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল

আছে নেকি আপোনাৰ খালী অক্সিজেনৰ চিলিণ্ডাৰ? বচাব পাৰে কাৰোবাৰ প্ৰাণ…

দেশৰ ভিন্ন প্ৰান্তত অক্সিজেনৰ সংকটৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ আগশাৰীৰ চিকিতসালয় স্বাগত হস্পাতালে ব্যক্তিগতভাৱে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ। শেহতীয়াকৈ চিকিতসালয়খনে অক্সিজেন সংগ্ৰহ কৰি ৰাখিবৰ বাবে আৰম্ভ কৰিছে এক অভিযান। এই

কভিড পৰিস্থিতিত মোকাবিলা কৰিবলৈ চৰকাৰক সহায়ৰ হাত গৰিমা শইকীয়া গাৰ্গৰ

দেশত  কভিডৰ সংহাৰ অব্যাহত আছে। দেশৰ লগতে ৰাজ্য খনত দৈনিক শ- শ লোক আক্ৰান্ত হৈছে। পৰিস্থিতি এনে পৰ্যায় পাইছে যে মিনি লক ডাউনৰ দৰে পৰিৱেশ সৃষ্টি হৈছে ৰাজ্যখনত। এনে সময়তেই ছ’চিয়েল মিডিয়াযোগে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ