এয়াৰটেলে মুকলি কৰিলে Xsafe ─ এটা উন্নত ঘৰুৱা নিৰীক্ষণ সমাধান
আজিৰ খবৰ, গুৱাহাটী, ২৭ ছেপ্টেম্বৰ, ২০২২: দূৰত থকাৰ সময়ত আপোনাৰ বয়সস্থ পিতৃ-মাতৃ সৰু লৰা-ছোৱালী বা আনকি ঘৰত এটি আদৰণীয় পোহনীয়া জন্তুৰ মংগলৰ বাবে চিন্তিত? আৰু চিন্তা নকৰিব, কিয়নো ভাৰতৰ প্ৰধান যোগাযোগ সমাধান প্ৰদানকাৰী প্ৰতিষ্ঠান ভাৰতী…