প্ৰায় ডেৰ বছৰৰ পাছত পুত্ৰ নচিকেতা আৰু পত্নীৰ সৈতে গুৱাহাটী বাসগৃহত বিধায়ক অখিল গগৈ।
আজিৰ খবৰ,২৫ জুন: প্ৰায় ডেৰ বছৰৰ পাছত পত্নী পুত্ৰৰ সৈতে শিৱসাগৰৰ বিধায়ক অখিল গগৈ । দুদিনৰ বাবে নিজা গৃহলৈ বুলি ৰাওনা বিধায়ক অখিল গগৈ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আজি উপস্থিত হ'ল চান্দমাৰীৰ নিজৰাপাৰস্থিত বাসগৃহত। শনিবাৰে পুৱা মাতৃক…