দৰিদ্ৰ মহিলাৰ মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই হ”বনে ?
আজিৰ খবৰ, গুৱাহাটী, ২৫ আগষ্ট: মাইক্রফাইনেন্স প্রতিষ্ঠান (এম এফ আই)ৰ ঋণ গ্রহণ কৰি এই ঋণ উভতাই দিব নােৱাৰা দৰিদ্র মহিলাসকলক সকাহ প্রদানৰ উদ্দেশ্যে প্রস্তুত কৰা অসম মাইক্র’ ফাইনেন্স ইনচেনটিভ এণ্ড ৰিলিফ আঁচনি-২০২১'ৰ ৰূপায়ণৰ বাবে আজি অসম…