Your Voice, Our Strength
Browsing Tag

Smriti Irani

জাৰ্মানীত ডেলিভাৰী বয়ৰ কামত আফগানিস্তানৰ মন্ত্ৰী । কোন এই জন প্ৰাক্তন মন্ত্ৰী ? জানো আহক … .

আজিৰ খবৰ, ২৫ আগষ্ট : তালিবানী কাণ্ডক লৈ এতিয়া সমগ্ৰ বিশ্বতে ব্যাপক চৰ্চা লাভ কৰাৰ সময়তে আফগানিস্তানৰ আন এক বাতৰিয়ে সকলোৰে দৃষ্টি কাঢ়িছে । আফগানিস্তানৰ এগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে জাৰ্মানীত পিজ্জা ডেলিভাৰী বয় হিচাপে কাম কৰা খবৰ পোহৰলৈ অহাৰ…

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতা শইকীয়াই : পোহৰলৈ আহিছে ঘটনাৰ আঁৰৰ ৰহস্য।

আজিৰ খবৰ,২৫ আগষ্ট : অতি সংকটজনক অৱস্থাত বিগত চাৰি দিন ধৰি মৃত্যুৰে সৈতে যুঁজ কৰি ডিব্রুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতা শইকীয়াই৷ উল্লেখ্য যে,ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্রী নন্দিতা শইকীয়া, তেওঁৰ সহপাঠী…

ভেণ্টিলেটৰত মৃত্যুৰ সৈতে যুঁজিছে নন্দিতাই ।

আজিৰ খবৰ,২৫ আগষ্ট : মোৰ ছোৱালী বর্তমান ঠিকেই আছে৷সকলোৰে ওচৰত মই কাতৰেৰে অনুৰোধ কৰিছো, মোৰ ছোৱালীৰ বাবে প্রার্থনা কৰক, এগচি চাকি জ্বলাওক৷যাতে তাই ভাল হৈ উঠে৷এয়ে মোৰ সকলোৰে ওচৰত প্রার্থনা৷ নাৰ্ছিং হোমত ভেণ্টিলেটৰত মৃত্যুৰ সৈতে যুঁজি থকা…

পুনৰ নৰৱলি কাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্য।

আজিৰ খবৰ,২৪ আগষ্ট : পুনৰ নৰৱলি কাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্য । কেইদিনমানৰ পূৰ্বে চৰাইদেউ জিলাৰে সোণাৰিৰ চফ্ৰাইত সংঘটিত হৈছিল এই অনুৰূপ ঘটনা। এসপ্তাহৰ পূৰ্বে সংঘটিত কৰা নৰবলি কাণ্ডৰ ৰহস্যৰ মাৰ নৌযাওঁতেই পুনৰ সংঘটিত হৈছে সেই একেই অনৰূপ ঘটনা ৷…

মৃত্যুৰ পাছতো বলোৎকাৰ,ক’ত আছে এনে পিশাচ ! জানিবলৈ পঢ়ক…

আজিৰ খবৰ,২৪ আগষ্ট : কেৱল জীয়াই থাকোতেই মহিলাক পাশৱিক নির্যাতন নকৰে । মৃত্যুৰ পাছতো এই পিশাচবোৰে বলোৎকাৰ কৰে মহিলা সকলক । এনে নিষ্ঠুৰ কাণ্ড কোনো বেলেগ গ্ৰহত নহয় এনে পাশবিক শাসন চলোৱা এখন ঠাই এই পৃথিবীতে আছে । নাম আফগানিস্তান ।আফগানিস্তানৰ…

বহ্নিমান আবেগৰ সিটো পাৰে মোৰ আকাশ, পঞ্চম খণ্ড

বহ্নিমান আবেগৰ সিটো পাৰে মোৰ আকাশ লেখিকা : ধৃতিস্মিতা দাস  লগে লগে ব্যস্থ আছো বুলি কৈয়ে ফোনটো কাটি দিলে মিছ পৰাশৰে।আকৌ স্কুটীখন ষ্টাৰ্ট দি ঘৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলে।কিন্তু ভাৱবোৰে লগ এৰা নাছিল।"কিয় বাৰু তেওঁ মোলৈ ফোন…

৫৫ বছৰীয়া কংগ্ৰেছৰ শাসন কালত উত্তৰ পূৰ্বাঞ্চলৰ কোনো উন্নয়ন নহ’ল – সৰ্বানন্দ সোনোৱাল

আজিৰ খবৰ,২৩ আগষ্ট : "দেশত আমুল পৰিৱৰ্তনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনো চেষ্টাৰ ত্ৰুটি কৰা নাই। ভাৰতবৰ্ষখন বিশ্বৰ বুকুত শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ নিমিত্তে কাম কৰি গৈছে। এই ক্ষেত্ৰত তেওঁ অধিক সফল হ'বলৈ বৃহত্তৰ অসমীয়া জাতি তথা…

অহা ছেপ্টেম্বৰত পুনৰ খুলিব শিক্ষানুষ্ঠান : তিনি দিনৰ ভিতৰত প্রকাশ পাব SOP

আজিৰ খবৰ, ২৩ আগষ্ট : অহা ১ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠানসমূহ পুনৰ খুলিবলৈ চিন্তা–চর্চা কৰিছে ৰাজ্য চৰকাৰে৷ পর্যায়ক্ৰমে শিক্ষানুষ্ঠানসমূহ খোলা হ'ব বুলি ঘোষণা কৰিছে শিক্ষমন্ত্ৰীয়ে । ক’ভিড পৰিস্থিতি ক্রমাৎ ৰাজ্যত উন্নত হ’বলৈ আৰম্ভ হোৱাৰ লগে…

পুনৰ কোভিডে ধ্বংস কৰিব নেকি সাধাৰণ মানুহৰ জীৱন জীৱিকা!

আজিৰ খবৰ, নতুন দিল্লী, ২৩ আগষ্ট : যি সময়ত কোভিডে দেশৰ সাধাৰণ মানুহৰ জীৱন জীৱিকা একপ্ৰকাৰ নিঃশেষ কৰি পেলালে তেনে সময়তে ভাৰতত পুনৰ কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকা কৰা হৈছে । ছেপ্টেম্বৰৰ পৰা তৃতীয়টো ঢৌৱে অধিক ভয়াৱহ ৰূপ লোৱাৰ সম্ভাৱনা আছে বুলি…

অসমত পুনৰ ভূমিকম্পৰ জোকাৰণি।

আজিৰ খবৰ, গুৱাহাটী ,২৩ আগষ্ট : ক'ভিডৰ ভয়াবহতাৰ মাজতে আজি অসমসহ উত্তৰ পূৱৰ কেবাখনো ৰাজ্যত আজি এটা মৃদু প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় । বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে ভাৰতীয় মান সময় অনুসৰি দুপৰীয়া ১ বাজি ১৩ মিনিট আৰু ২২…