Your Voice, Our Strength

কোন চক্ৰ বিষয়া ক’লৈ বদলি হ’ল?

বদলি কৰা হৈছে ৰাজ্যৰ চক্ৰ বিষয়াসকলক।

হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই চৰকাৰৰ প্ৰতিটো বিভাগৰ লগতে বিষয়াসকলক ব্যাপক ৰদবদল কৰা হৈছে।এইবাৰ বদলি কৰা হৈছে ৰাজ্যৰ চক্ৰ বিষয়া সকলক।শেহতীয়াকৈ চক্ৰ বিষয়া সকলৰ বদলিৰ তালিকা প্ৰকাশ কৰিছে।

▶️নাজিৰাৰ চক্ৰবিষয়া শান্তনু গগৈক ধুবুৰীৰ চাপৰলৈ বদলি।
▶️টিয়কৰ চক্ৰ বিষয়া লীনা কুমাৰীক ৰঙিয়ালৈ বদলি।
▶️সোনাৰীৰ চক্ৰ বিষয়া প্ৰিয়াংশু ভৰদ্বাজক আজাৰালৈ বদলি।
▶️চয়গাঁৱৰ চক্ৰবিষয়া জয়ন্ত বৰাক লখিমপুৰলৈ বদলি।
▶️ডিব্ৰুগড় টেঙাখাটৰ চক্ৰবিষয়া মিনাৰ্ভা দেৱী আৰামবামক কলাইগাঁৱলৈ বদলি।
▶️মৰানৰ চক্ৰবিষয়া লুকুমনি বৰাক মৰিগাঁৱৰ ভূৰাগাঁৱলৈ বদলি।
▶️চাবুৱাৰ চক্ৰবিষয়া ঋতু পল্লৱ বৰুৱাক বৰপেটাৰ কলগাছিয়ালৈ বদলি।
▶️উত্তৰ গুৱাহাটীৰ চক্ৰবিষয়া জীৱন কৃষ্ণ গোস্বামীক শিৱসাগৰলৈ বদলি।
▶️ৰঙিয়াৰ চক্ৰবিষয়া চন্দন বৰগোঁহাইক হোজাইলৈ বদলি।
▶️গোলাঘাটৰ মৰঙিৰ চক্ৰবিষয়া ডেভিড কুমাৰ বৰাক হাইলাকান্দিলৈ বদলি।
▶️সৰুপথাৰৰ চক্ৰবিষয়া সোণতৃষ্ণা ঘৰফলিয়াক বাক্সাৰ বৰমালৈ বদলি।
▶️হোজাইৰ চক্ৰ বিষয়া ৰাহুল দলেক ঢকুৱাখনালৈ বদলি।
▶️হোজাইৰ ডবকাৰ চক্ৰবিষয়া টিংকুমনি বৰাক নলবাৰীলৈ বদলি।
▶️গোৱালপাৰাৰ বালিজানৰ চক্ৰবিষয়া ধ্ৰুৱজ্যোতি পাঠকক পলাশবাৰীলৈ বদলি।
▶️গোৱালপাৰা লখিপুৰৰ চক্ৰ বিষয়া ৰিপন জ্যোতি নাথক চামগুৰিলৈ বদলি।
▶️বৰপেটাৰ চক্ৰবিষয়া প্ৰাঞ্জল কুমাৰ দাসক বিশ্বনাথলৈ বদলি।
▶️বৰপেটাৰ বৰনগৰ চক্ৰবিষয়া পাৰ্থ প্ৰতিম খনিকৰক কাছাৰৰ উধাৰবন্দলৈ বদলি।
▶️বঙাইগাঁও বইটামাৰীৰ চক্ৰবিষয়া পল্লৱ জ্যোতি দাসক যোৰহাটলৈ বদলি।
বঙাইগাঁৱৰ ডাঙটল চক্ৰবিষয়া সোণাশ্ৰী ব্ৰহ্মক ৰহালৈ বদলি।
▶️মাজবাটৰ চক্ৰ বিষয়া সূৰয সোণোৱালক কামৰুপৰ চয়গাঁৱলৈ বদলি।
▶️কলাইগাঁৱৰ চক্ৰবিষয়া ৰুণাভ ৰামচিয়াৰিক বঙাইগাঁৱলৈ বদলি।
▶️তামুলপুৰ চক্ৰবিষয়া ৰূপকমল ৰাভাক বিলাসীপাৰালৈ বদলি ।
▶️বাক্সাৰ চক্ৰবিষয়া নিলুৎপল পাঠকক ধেমাজিৰ চিচিবৰগাঁৱলৈ বদলি।

▶️কাছাৰ জিলাৰ কাটিগৰা চক্ৰবিষয়া প্ৰাঞ্জিত কুমাৰ দেৱক বৰপেটাৰ চেঙালৈ বদলি।
▶️চন্দ্ৰপুৰৰ চক্ৰবিষয়া ভাৰত কোঁৱৰক দিছপুৰলৈ বদলি।
▶️নলবাৰী সদৰৰ চক্ৰবিষয়া বনশ্ৰী ডেকাক মৰিগাঁৱলৈ বদলি।
পশ্চিম নলবাৰীৰ চক্ৰবিষয়া চিন্ময় পাঠকক তিনিচুকীয়া সদৰলৈ বদলি।
▶️চামুগুৰিৰ চক্ৰবিষয়া প্ৰাঞ্জল বৰুৱাক বৰপেটালৈ বদলি।
▶️কলিয়াবৰৰ চক্ৰবিষয়া অন্তৰা সেনক কৰিমগঞ্জলৈ বদলি।
▶️লখিমপুৰৰ কাদমৰ চক্ৰবিষয়া গোপাল শৰ্মাক গোলাঘাটলৈ বদলি।
▶️ঢকুৱাখনাৰ চক্ৰবিষয়া অপূৰ্ব নাথক ডিব্ৰুগড়লৈ বদলি।
▶️কৰিমগঞ্জৰ আৰ কে নগৰৰ চক্ৰ বিষয়া ভন লাল লিমপুইয়াক নাজিৰালৈ বদলি।
▶️কোকৰাঝাৰৰ চক্ৰবিষয়া ৰাহুল ফুকনক দুধনৈলৈ বদলি।
▶️কামৰূপ গৰৈমাৰীৰ চক্ৰবিষয়া বিমান দাসক মৰিগাঁৱৰ মায়ঙলৈ বদলি।
▶️কৰিমগঞ্জৰ বদৰপুৰৰ চক্ৰবিষয়া দেৱজ্যোতি গগৈক ছিপাঝাৰলৈ বদলি।
▶️বকোৰ চক্ৰ বিষয়া দীপশিক্ষা শইকীয়াক নাহৰকটীয়ালৈ বদলি।
▶️মৰিগাঁৱৰ ভূৰাগাঁৱৰ চক্ৰবিষয়া সংগীতা দেৱীক টিহুলৈ বদলি।

P&C
You might also like