Your Voice, Our Strength

আকৌ সাংবাদিকক আক্ৰমণ একাংশৰ, কিন্তু কিয়?

🔹নগাঁও জিলাৰ ৰূপহীহাটৰ জুৰীয়াৰ বগুৰিগুৰি পঞ্চায়তত হঠাতে উত্তপ্ত পৰিস্থিতি।

🔹সাংবাদিকক আক্ৰমন পঞ্চায়ত সভাপতি ৰিয়াজুল হক আৰু ভেৰোণীয়া গুণ্ডাবাহিনীৰ

🔹পঞ্চায়তত বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল শিবেন্দু বৰা,ৰাব্বুল হছেইন,খাইৰুল ইছলাম,তমিজ উদ্দিন,ৰেজাউল ইছলামকে ধৰি কেবাজনো সাংবাদিকক।

🔹পঞ্চায়তত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ বাবে এনে আক্ৰমণ সংঘটিত হৈছে ।

🔹পঞ্চায়তটোত দুৰ্নীতিৰ তদন্ত কৰিবলৈ সোমবাৰে উপস্থিত হৈছিল নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া।

🔹কিন্তু সাংবাদিকক কেমেৰা অফ কৰিবলৈ ধমক প্ৰদান কৰে বিষয়া গৰাকীয়ে।

🔹সাংবাদিকৰ কোনো প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ এক প্ৰকাৰ পলায়ন কৰে বিষয়া গৰাকীয়ে।

🔹ইতিমধ্যে সাংবাদিকক আক্ৰমন কৰা ঘটনা সন্দৰ্ভত জুৰীয়া আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ।

P&C
You might also like