Your Voice, Our Strength

ৰূপজ্যোতি কুর্মীক কংগ্ৰেছৰ পৰা বহিস্কাৰ কৰিলে সভাপতি ৰিপুন বৰাই।

কিন্তু কিহৰ বাবে কৰিলে বহিস্কাৰ?

ৰূপজ্যোতি কূৰ্মীক কংগ্ৰেছৰ পৰা ইতিমধ্যে বহিষ্কাৰ কৰা হৈছে । সভাপতি ৰিপুণ বৰাই বহিষ্কাৰ কৰিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক । দলৰ প্ৰাথমিক সদস্য পদৰ পৰা  ৰূপজ্যোতি কূৰ্মীক বহিষ্কাৰ কৰিলে ৰিপুণ বৰাই। দল বিৰোধী কাম-কাজৰ অভিযোগত বহিষ্কাৰ কৰা হৈছে বুলি এক পত্ৰযোগে অসম প্ৰদেশ কংগ্ৰেছে কৰিলে ঘোষণা, যত স্বাক্ষৰ কৰে সভাপতি ৰিপুন বৰাই ।

P&C
You might also like