
বাৰে বাৰে অসমীয়াৰ আবেগ-অনুভুতিত আঘাত হনা, শেহতীয়াকৈ শ্বহীদক অপমান কৰা বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ।
আজিৰ খবৰ, গুৱাহাটী, ২ অক্টোবৰ : বাৰে বাৰে অসমীয়াৰ আবেগ-অনুভুতিত আঘাত হনা, শেহতীয়াকৈ শ্বহীদক অপমান কৰা বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ।
🔸বাঘবৰৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ, শ্বহীদৰ বিৰুদ্ধে কৰিছিল আপত্তিজনক মন্তব্য।

🔸মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি এতিয়া দিছপুৰ থানালৈ আনিছে বিতৰ্কিত বিধায়কজনক।
🔸অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাক ঘাতক আখ্যা দিছিল বিধায়কজনে।
🔸ৰাজ্যজুৰি বিধায়ক গৰাকীক গ্ৰেপ্তাৰৰ দাবীত অব্যাহত আছিল প্ৰতিবাদ।