
পুনৰ হব নেকি লক ডাউন ! ক’ভিডক লৈ অসম চৰকাৰৰ নতুন এছ অ পি।
আজিৰ খবৰ, গুৱাহাটী, ২৬ অক্টোবৰ : নতুন এছ অ পি অনুসৰি এতিয়াৰে পৰা নিশা ১১বজালৈকে সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি কৰা হৈছে।ব্যৱসায়িক প্ৰতিষ্ঠান নিশা ১০বজালৈকে খুলিব পাৰিব।
এতিয়াৰে পৰা নিশা ১১বজাৰ পুৱা ৫বজালৈ সান্ধ্য আইন প্ৰযোজ্য হ’ব। বাকী প্ৰায় সকলো নিয়ম পূৰ্বৰ দৰেই বাহাল থাকিব। ইফালে পুনৰ হ’ব লক ডাউন তাক লৈও চিন্তিত হৈ পৰিছে ৰাইজ
