
দিছপুৰত আৰক্ষীৰ এনকাউন্টাৰ : এনকাউন্টাৰত গুলিবিদ্ধ ইৰাণী গ্ৰুপৰ সদস্য।
আজিৰ খবৰ, গুৱাহাটী, ২০ ডিচেম্বৰ : 💠এইবাৰ দিছপুৰত আৰক্ষীৰ এনকাউন্টাৰ।আৰক্ষীৰ এনকাউন্টাৰত গুলিবিদ্ধ হ’ল ইৰাণী গ্ৰুপৰ এজন সদস্য।
💠গুলীবিদ্ধ ইৰাণী গ্রুপৰ সদস্যজন অমৰ গোৱালা।আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল গুলীবিদ্ধ ইৰাণী গ্রুপৰ সদস্যজনে।

💠দিছপুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল দুৰ্ধৰ্ষ অমৰ গোৱালাক।জি এম চিৰ ধন লুট কৰি আৰক্ষীৰ জালত পৰিছিল গোৱালা।
💠ঝাৰখণ্ডৰ পৰা আহিছিল ইৰাণী গ্রুপৰ সদস্যকেইজন।পুতলা পিষ্টল দেখুৱাই ৩লাখ ৩৫হাজাৰ টকা লুট কৰিছিল দলটোৱে।