গুৱাহাটী ৰেলৱে ষ্টেচনত সংৰক্ষিত আৰু অসংৰক্ষিত টিকট কাউণ্টাৰক একলগ কৰাৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ষ্টেচনৰ সন্মুখত এন এফ ৰেলৱে এম্প’লয়িজ ইউনিয়নৰ অৱস্থান ধৰ্মঘট। Read more
গণেশগুৰিত পৰিবহণ বিভাগৰ সজাগতা অভিযান : গুৱাহাটীত এতিয়াৰে পৰা দুচকীয়া বাহনৰ চালক – আৰোহী উভয়ে পিন্ধিব লাগিব হেলমেট। Read more