যান বাহনৰ গৰাকীক মন পছন্দৰ আৰু ফেন্সি নম্বৰ পনিলাম কৰি কামৰূপ মহানগৰ জিলা বিষয়াৰ কার্যালয়ে তিনি সপ্তাহত লাভ কৰিলে ৯.৮৫ লাখ টকাৰ ৰাজহ , সৰ্বাধিক নিলামৰ পৰিমাণ ৩.১০ লাখ টকা। Read more